যজ্ঞ (সংস্কৃত : यज्ञ
, আক্ষৰিক অৰ্থ: 'বলিদান, ভক্তি, পূজা, প্ৰসাদ') শব্দই হিন্দু ধৰ্ম ত পবিত্ৰ অগ্নিৰ সন্মুখত সচৰাচৰ মন্ত্ৰৰ সৈতে কৰা যিকোনো আচাৰ-অনুষ্ঠানক বুজায়।[1] যজ্ঞ বৈদিক পৰম্পৰা হিচাপে প্ৰচলিত হৈ আহিছে। বৈদিক সাহিত্যৰ ব্ৰাহ্মণসমূহৰ লগতে যজুৰ্বেদতো বৈদিক পৰম্পৰা হিচাপে ইয়াৰ বৰ্ণনা কৰা হৈছে।[2] পবিত্ৰ অগ্নিত আহুতি আৰু তৰ্পণ প্ৰদানৰ পৰা অগ্নিৰ উপস্থিতিত প্ৰতীকী আহুতিলৈ এই পৰম্পৰাৰ বিৱৰ্তন ঘটিছে।[1]
অধিক তথ্য হিন্দু ধৰ্ম ...
হিন্দু ধৰ্ম
ওঁ • ব্ৰহ্মা • ঈশ্বৰ
হিন্দু • হিন্দু ধৰ্মৰ ইতিহাস
ধাৰণা
ব্ৰহ্মা • ওঁ • ঈশ্বৰ
আত্ম • মায়া
কৰ্ম • সংসাৰ
পুৰুষাৰ্থ
(ধৰ্ম • অৰ্থ • কাম • মোক্ষ )
মতবাদ
আস্তিক
সাংখ্য •
যোগ
ন্যায় •
বৈশেষিক
পূৰ্ব মীমাংসা
উত্তৰ মীমাংসা (বেদান্ত )
(দ্বৈত , অদ্বৈত , বিশিষ্টাদ্বৈত )
নাস্তিক
চাৰ্বাক
শাস্ত্ৰ
বেদ
ঋকবেদ • যজুৰবেদ
সামবেদ • অথৰ্ববেদ
বিভাগ
সংহিতা , ব্ৰাহ্মণ ,আৰণ্যক , উপনিষদ
উপবেদ
আয়ুৰ্বেদ • ধনুৰ্বেদ
গন্ধৰ্ৱবেদ • স্থাপত্যবেদ
বেদাঙ্গ
শিক্ষা •
ছন্দ •
ব্যাকৰণ
নিৰুক্ত •
কল্প •
জ্যোতিষ
উপনিষদ
ঋগ্বৈদিক
ঐতৰেয়
যজুৰ্বৈদিক
বৃহদাৰণ্যক • ঈশ তৈত্তিৰীয় • কঠ • শ্বেতাশ্বেতৰ
সামবৈদিক
ছান্দগ্যো • কেন
অথৰ্ববৈদিক
মুণ্ডক • মাণ্ডুক্য • প্ৰশ্ন
পুৰাণ
ব্ৰাহ্মী পুৰাণ
ব্ৰহ্মা • ব্ৰহ্মাণ্ড ব্ৰহ্মবৈবৰ্ত মাৰ্কণ্ডেয় • ভৱিষ্য
বৈষ্ণব পুৰাণ
বিষ্ণু • ভাগৱত নাৰদীয় • গৰুড় • পদ্ম
শৈৱ পুৰাণ
শিৱ • লিঙ্গ স্কন্ধ • অগ্নি • বায়ু
ইতিহাস
ৰামায়ণ • মহাভাৰত
অন্যান্য শাস্ত্ৰগ্ৰন্থ
শ্ৰীমদ্ভগৱতগীতা
ধৰ্মশাস্ত্ৰ • মনুস্মৃতি
অৰ্থশাস্ত্ৰ • যোগবাশিষ্ঠ
সূত্ৰ • স্তোত্ৰ • তন্ত্ৰ
যোগসূত্ৰ
অন্যান্য
শাস্ত্ৰৰ বৰ্গীকৰণ
শ্ৰুতি • স্মৃতি
অন্যান্য প্ৰসঙ্গ
হিন্দু শাখাসম্প্ৰদায় দেশ অনুসাৰে হিন্দু ধৰ্ম
পুৰাণ • হিন্দু পঞ্জিকা
হিন্দু আইন • হিন্দু মূৰ্তিতত্ত্ব
হিন্দু জাতীয়তাবাদ • হিন্দুত্ব
তীৰ্থ
অত্যাচাৰ • সমালোচনা
শব্দকোষ
হিন্দু ধৰ্ম বাটচ'ৰা
হিন্দু পুৰাণ বাটচ'ৰা
প্ৰ • আ • স
বন্ধ কৰক
যজ্ঞ-কাণ্ড সম্পৰ্কীয় সাহিত্যসমূহক বৈদিক উপনিষদত থকা জ্ঞান-কাণ্ড অংশৰ বিপৰীতে বৈদিক সাহিত্যৰ কৰ্মকাণ্ড (আচাৰ-অনুষ্ঠান) অংশ বুলি কোৱা হৈছে। যজ্ঞসদৃশ আচাৰ-অনুষ্ঠানসমূহ সঠিকভাৱে সম্পূৰ্ণ কৰাটো হিন্দু দৰ্শনৰ মীমাংসা শিক্ষাৰ কেন্দ্ৰবিন্দু আছিল।[3] হিন্দু বিবাহ আদিৰ ৰীতি-নীতিত যজ্ঞই কেন্দ্ৰীয় ভূমিকা পালন কৰি আহিছে।[4] আধুনিক কালৰ প্ৰধান হিন্দু মন্দিৰ, হিন্দু সম্প্ৰদায়ৰ উদ্যাপন, বা মঠৰ দীক্ষাত বৈদিক যজ্ঞ অনুষ্ঠানো অন্তৰ্ভুক্ত হ'ব পাৰে।