জাতকৰ্ম
From Wikipedia, the free encyclopedia
জাতকৰ্ম(সংস্কৃত: जातकर्मन् ) (আক্ষৰিক অৰ্থত, জন্মৰ আচাৰ-অনুষ্ঠান) শিশুৰ জন্মৰ পিছত উদযাপন কৰা হিন্দু ধৰ্মৰ অন্যতম প্ৰধান সংস্কাৰ।[1] সাধাৰণতে ই এক ব্যক্তিগত ৰীতি-নীতিৰে নতুনকৈ পিতৃ-মাতৃ হোৱা দম্পতী, কেঁচুৱাটোৰ আত্মীয় আৰু ঘনিষ্ঠ বন্ধুৰ সৈতে পালন কৰা অনুষ্ঠান।