মধ্বাচাৰ্য (১১৯৯ - ১২৭৮[2] বা ১২৩৮ - ১৩১৭) বা পূৰ্ণ প্ৰজ্ঞ বা আনন্দ তীৰ্থ এগৰাকী ভাৰতীয় দাৰ্শনিক, ঈশ্বৰবিদ আৰু দ্বৈত বেদান্তৰ মুখ্য প্ৰৱক্তা। তেওঁৰ দৰ্শনক তত্ত্ববাদো বোলা হয়, যাৰ অৰ্থ "বাস্তৱ দৃষ্টিভংগীৰ পৰা কৰা তৰ্ক"।
উদ্ধৃতি
বাস্তৱ দ্বৈত: স্বাধীন আৰু পৰাধীন। কেৱল বিষ্ণুহে স্বাধীন।