যজুৰ্বেদ
হিন্দু ধৰ্মৰ শাস্ত্ৰ / From Wikipedia, the free encyclopedia
যজুৰবেদ হিন্দুধৰ্মৰ প্ৰধান শাস্ত্ৰ চাৰিখন বেদৰ অন্যতম এখন বেদ। বৈদিক যুগৰ সভ্যতা আৰু সংস্কৃতি অধ্যয়নৰ ক্ষেত্ৰত যজুৰবেদ অপৰিহাৰ্য। প্ৰতিলোম, অনুলোম, চাৰিবৰ্ণ, জাতিভেদ, অনাৰ্য জাতিৰ নাম, জীৱিকা, কুটীৰ শিল্প, আদিবাসী সকলৰ ধৰ্ম আদি বহু গুৰুত্বপূৰ্ণ তথ্য যজুৰবেদত উপলব্ধ।