পতঞ্জলিFrom Wikipedia, the free encyclopedia পতঞ্জলি হৈছে এগৰাকী মহামুনি, যোগ সাধক, সংস্কৃত ব্যাকৰণকাৰ। পতঞ্জলিৰ সময় খ্ৰীঃ পূঃ দ্বিতীয় শতাব্দী। তেওঁ ৰজা পুষ্যমিত্ৰৰ সমসাময়িক।
পতঞ্জলি হৈছে এগৰাকী মহামুনি, যোগ সাধক, সংস্কৃত ব্যাকৰণকাৰ। পতঞ্জলিৰ সময় খ্ৰীঃ পূঃ দ্বিতীয় শতাব্দী। তেওঁ ৰজা পুষ্যমিত্ৰৰ সমসাময়িক।