তুকাৰাম
From Wikipedia, the free encyclopedia
সন্ত তুকাৰাম ১৭শ শতিকাৰ ভাৰতৰ মহাৰাষ্ট্ৰৰ ভক্তি আন্দোলনৰ সময়ৰ হিন্দু কবি আৰু সন্ত আছিল।[2][3] তেওঁ সমতাবাদ, ব্যক্তিগতকৃত ভাৰ্কাৰী ভক্তবাদ ঐতিহ্যৰ অংশ আছিল।[4] তেওঁ ‘অভঙ্গ’ নামৰ ভক্তিমূলক কবিতা আৰু ‘কীৰ্তন’ নামৰ পূজাৰ ভক্তিমূলক গীতবোৰৰ বাবে জনাযায়।[4]
ক্ষিপ্ৰ তথ্য সন্ত তুকাৰাম, ব্যক্তিগত ...
সন্ত তুকাৰাম | |
---|---|
ৰাজা ৰবি বৰ্মাৰ তুলিকাত সন্ত তুকাৰাম | |
ব্যক্তিগত | |
জন্ম | ১৫৯৮ বা ১৬০৮[1][2] দেহু, মহাৰাষ্ট্ৰ, ভাৰত[2] |
মৃত্যু | ১৬৪৯ বা ১৬৫০ দেহু, মহাৰাষ্ট্ৰ, ভাৰত |
ধৰ্ম | হিন্দু ধৰ্ম |
জনা যায় | অভঙ্গ ভক্তিমূলক কবিতা, ভক্তি আন্দোলনৰ কবি-সন্ত[3] |
ধৰ্মীয় ঐতিহ্য | ভাৰ্কাৰী ঐতিহ্য |
ধৰ্মীয় জীৱনকাল | |
গুৰু | বাবাজী চৈতন্য |
সাহিত্যিক কৰ্ম | তুকাৰাম গাথা |
বন্ধ কৰক