হিন্দু দৰ্শনFrom Wikipedia, the free encyclopedia হিন্দু দৰ্শন[1] প্ৰাচীন ভাৰতত বিকশিত হিন্দু ধৰ্মৰ সৈতে সম্বন্ধ ৰখা দৰ্শন, দৃষ্টিভংগী আৰু শিক্ষা[2]। ষদ্দৰ্শন (সাংখ্য, যোগ, ন্যায়, বৈশেষিক, মীমাংসা আৰু বেদান্ত) হিন্দু দৰ্শনৰ অন্তৰ্গত। তদুপৰি, চাৰ্বাক, বৌদ্ধ, জৈন, আজীৱিক আদি দৰ্শনো ইয়াৰ অন্তৰ্গত।
হিন্দু দৰ্শন[1] প্ৰাচীন ভাৰতত বিকশিত হিন্দু ধৰ্মৰ সৈতে সম্বন্ধ ৰখা দৰ্শন, দৃষ্টিভংগী আৰু শিক্ষা[2]। ষদ্দৰ্শন (সাংখ্য, যোগ, ন্যায়, বৈশেষিক, মীমাংসা আৰু বেদান্ত) হিন্দু দৰ্শনৰ অন্তৰ্গত। তদুপৰি, চাৰ্বাক, বৌদ্ধ, জৈন, আজীৱিক আদি দৰ্শনো ইয়াৰ অন্তৰ্গত।