হিন্দু ধৰ্ম ত দেৱতা বা দেৱ (ইংৰাজী : Deva ; সংস্কৃত : देव
) হৈছে দিব্য শৰীৰধাৰী একপ্ৰকাৰৰ উন্নতলোকৰ জীৱ।[1] দেৱতা পুংলিংগবাচক শব্দ। ইয়াৰ স্ত্ৰীলিংগ ৰূপ হৈছে দেৱী।
ষোড়শ শতিকাৰ দেৱৰাজ ইন্দ্ৰ ৰ মূৰ্তি, নেপাল
অধিক তথ্য হিন্দু ধৰ্ম ...
হিন্দু ধৰ্ম
ওঁ • ব্ৰহ্মা • ঈশ্বৰ
হিন্দু • হিন্দু ধৰ্মৰ ইতিহাস
ধাৰণা
ব্ৰহ্মা • ওঁ • ঈশ্বৰ
আত্ম • মায়া
কৰ্ম • সংসাৰ
পুৰুষাৰ্থ
(ধৰ্ম • অৰ্থ • কাম • মোক্ষ )
মতবাদ
আস্তিক
সাংখ্য •
যোগ
ন্যায় •
বৈশেষিক
পূৰ্ব মীমাংসা
উত্তৰ মীমাংসা (বেদান্ত )
(দ্বৈত , অদ্বৈত , বিশিষ্টাদ্বৈত )
নাস্তিক
চাৰ্বাক
শাস্ত্ৰ
বেদ
ঋকবেদ • যজুৰবেদ
সামবেদ • অথৰ্ববেদ
বিভাগ
সংহিতা , ব্ৰাহ্মণ ,আৰণ্যক , উপনিষদ
উপবেদ
আয়ুৰ্বেদ • ধনুৰ্বেদ
গন্ধৰ্ৱবেদ • স্থাপত্যবেদ
বেদাঙ্গ
শিক্ষা •
ছন্দ •
ব্যাকৰণ
নিৰুক্ত •
কল্প •
জ্যোতিষ
উপনিষদ
ঋগ্বৈদিক
ঐতৰেয়
যজুৰ্বৈদিক
বৃহদাৰণ্যক • ঈশ তৈত্তিৰীয় • কঠ • শ্বেতাশ্বেতৰ
সামবৈদিক
ছান্দগ্যো • কেন
অথৰ্ববৈদিক
মুণ্ডক • মাণ্ডুক্য • প্ৰশ্ন
পুৰাণ
ব্ৰাহ্মী পুৰাণ
ব্ৰহ্মা • ব্ৰহ্মাণ্ড ব্ৰহ্মবৈবৰ্ত মাৰ্কণ্ডেয় • ভৱিষ্য
বৈষ্ণব পুৰাণ
বিষ্ণু • ভাগৱত নাৰদীয় • গৰুড় • পদ্ম
শৈৱ পুৰাণ
শিৱ • লিঙ্গ স্কন্ধ • অগ্নি • বায়ু
ইতিহাস
ৰামায়ণ • মহাভাৰত
অন্যান্য শাস্ত্ৰগ্ৰন্থ
শ্ৰীমদ্ভগৱতগীতা
ধৰ্মশাস্ত্ৰ • মনুস্মৃতি
অৰ্থশাস্ত্ৰ • যোগবাশিষ্ঠ
সূত্ৰ • স্তোত্ৰ • তন্ত্ৰ
যোগসূত্ৰ
অন্যান্য
শাস্ত্ৰৰ বৰ্গীকৰণ
শ্ৰুতি • স্মৃতি
অন্যান্য প্ৰসঙ্গ
হিন্দু শাখাসম্প্ৰদায় দেশ অনুসাৰে হিন্দু ধৰ্ম
পুৰাণ • হিন্দু পঞ্জিকা
হিন্দু আইন • হিন্দু মূৰ্তিতত্ত্ব
হিন্দু জাতীয়তাবাদ • হিন্দুত্ব
তীৰ্থ
অত্যাচাৰ • সমালোচনা
শব্দকোষ
হিন্দু ধৰ্ম বাটচ'ৰা
হিন্দু পুৰাণ বাটচ'ৰা
প্ৰ • আ • স
বন্ধ কৰক
প্ৰাচীনতম বৈদিক সাহিত্যত সকলো আতিভৌতিক জীৱকে দেৱতা[2] [3] [4] আৰু অসুৰ আখ্যা দিয়া হৈছিল।[5] [6] দেৱতা সম্পৰ্কীয় ধাৰণা আৰু আখ্যানসমূহ প্ৰাচীন ভাৰতীয় সাহিত্যকৰ্মত বিকশিত হ'বলৈ লয় আৰু বৈদিক যুগৰ শেষৰ ফাললৈ দয়াশীল আতিভৌতিক জীৱক দেৱাসুৰৰ (দেৱতা-অসুৰ) আখ্যা দিয়া হয়। বৈদিক যুগৰ পৰৱৰ্তী কালছোৱাত দেৱতাই শুভ আৰু অসুৰে অশুভ শক্তিক প্ৰতিনিধিত্ব কৰিবলৈ লয়।[7] [8] কিছুসংখ্যক মধ্যযুগীয় সাহিত্যত দেৱতাক সুৰ বুলি সম্বোধন কৰা হৈছে আৰু তেওঁলোকৰ শক্তিসমূহ অসুৰসকলৰ সমান কিন্তু ধনাত্মক দিশৰ বুলি বৰ্ণনা কৰা হৈছে।[9]
অসুৰ , যক্ষ আৰু ৰাক্ষস ৰ লগতে দেৱতাসকলো ভাৰতীয় কিংবদন্তিসমূহৰ গুৰুত্বপূৰ্ণ অংগ। দেৱতাসকলে হিন্দুধৰ্মৰ ব্ৰহ্মাণ্ড সম্বন্ধীয় বহুতো আখ্যানত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে।[10] [11]