ৱিকিপিডিয়া:প্ৰজেক্ট টাইগাৰ ২.০
From Wikipedia, the free encyclopedia
বিৱৰণ | নিয়মাৱলী | অংশগ্ৰহণ | পুৰস্কাৰ | প্ৰবন্ধ তালিকা |
২০১৭-২০১৮ চনত ৱিকিমিডিয়া ফাউণ্ডেশ্যন আৰু গুগলে চেণ্টাৰ ফৰ ইণ্টাৰনেট এণ্ড চচাইটি (CIS) আৰু সদস্যৰ গোটসমূহৰ সৈতে লগ লাগি ভাৰতীয় ভাষাসমূহৰ ৱিকিপিডিয়াত স্থানীয়ভাবে প্ৰাসঙ্গিক আৰু উচ্চ মানদণ্ডৰ প্ৰবন্ধ সৃষ্টিক উদগণি যোগাবৰ বাবে এক কাৰ্যসূচী আৰম্ভ কৰে। এই কাৰ্যসূচীৰ অন্তৰ্গত সক্ৰীয় আৰু অভিজ্ঞ ভাৰতীয় ৱিকিমিডিয়ানসকলক ক্ৰ'মবুক আৰু ছমাহৰ বাবে ইণ্টাৰনেট ব্যৱহাৰৰ জলপানী দিয়াৰ ব্যৱস্থা কৰা হৈছে। ২০১৮ চনত হোৱা ইয়াৰ প্ৰথম সংস্কৰণটোত অসমীয়া ৱিকিপিডিয়া সমাজে ভাগ লোৱা নাছিল। ২০১৯ চনত অনুষ্ঠিত হৈছে ইয়াৰেই দ্বিতীয় সংস্কৰণটো, যাৰ নাম দিয়া হৈছে প্ৰজেক্ট টাইগাৰ ২.০ বা ৱিকিপিডিয়াত স্থানীয় ভাষাৰ সমল বৃদ্ধি (Growing Local Language Content on Wikipedia, চমুকৈ GLOW)। ইয়াৰ লগত সংগতি ৰাখি এক এডিটাথন বা অনলাইন সম্পাদনা মেলাৰো আয়োজন কৰা হৈছে। অসমীয়া ৱিকিপিডিয়া সমাজে এইবাৰ এই সম্পাদনা মেলাত যোগদান কৰিছে। এই সম্পাদনা মেলা তিনি মাহ জুৰি চলিব। অধিক তথ্যৰ বাবে এই লিঙ্ক চাওক।
সময়সীমা: ১০ অক্টোবৰ, ২০১৯ - ১০ জানুৱাৰী, ২০২০
নিয়মাৱলী
চমুপথবোৰ: WP:GLOW WP:PT2 |
---|
- প্ৰবন্ধসমূহ নিৰ্ধাৰিত বিষয়বস্তুৰ তালিকাৰ ভিতৰত হ'ব লাগিব। আপুনি যদি কোনো নতুন বিষয় তালিকাভুক্ত কৰিব বিছাৰে অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাত বাৰ্তা দিয়ক।
- প্ৰবন্ধসমূহ ১০ অক্টোবৰ ২০১৯ (০:০০ ভামাস) ৰ পৰা ১৫ জানুৱাৰী ২০২০ (২৩:৫৯ ভামাস) ৰ ভিতৰত সম্পাদনা (বিস্তাৰ অথবা সৃষ্টি) কৰা হ'ব লাগিব।
- প্ৰবন্ধটোত তথ্যপেৰা বা আন সাঁচক বাদ দি কমেও ৯,০০০ বাইট আৰু কমেও ৩০০ টা শব্দ থাকিব লাগিব।
- প্ৰবন্ধসমূহ ৱিকিপিডিয়াৰ নীতি অনুসৰি সঠিক তথ্যসূত্ৰ সহকাৰে সৃষ্টি কৰিব লাগিব।
- প্ৰবন্ধসমূহ কেৱল যান্ত্ৰিকভাৱে অনুবাদ বা machine translation-ৰে সৃষ্টি কৰিলে নহ'ব। ইয়াক সঠিকভাবে কপিএডিট কৰিব লাগিব।
- নতুন প্ৰবন্ধ অথবা বিস্তাৰিত প্ৰবন্ধত কোনোধৰণৰ কপিৰাইট উলংঘন তথা উল্লেখনীয় সমস্যা থাকিব নালাগিব।
- প্ৰবন্ধটো তথ্যসমৃদ্ধ হ'ব লাগিব।
- কোনো আয়োজকৰ দ্বাৰা সৃষ্টি কৰা প্ৰবন্ধসমূহ আন আয়োজকসলেহে চাব লাগিব।
- কোনো প্ৰবন্ধ এই সম্পাদনা মেলাৰ গ্ৰহণযোগ্য হয় নে নহয় সেয়া বিচাৰকমণ্ডলীয়ে নিৰ্ধাৰণ কৰিব।
- এই সম্পাদনা মেলাৰ অংশ হিচাপে সৃষ্টি কৰা প্ৰবন্ধসমূহ প্ৰজেক্ট টাইগাৰ ২.০ - সৃষ্টি কৰা প্ৰবন্ধ শ্ৰেণীত আৰু বিস্তাৰ কৰা প্ৰবন্ধসমূহ প্ৰজেক্ট টাইগাৰ ২.০ - বিস্তাৰিত প্ৰবন্ধ শ্ৰেণীত অন্তৰ্ভূক্ত কৰা হ'ব।
অংশগ্ৰহণ
অংশগ্ৰহণ কৰক
- Ani ttbr (talk) 11:02, 4 September 2019 (ইউ.টি.চি.)
- ḱḩḭ-ḸḀN-ʈẐɛ̃ɛ̃ আলোচনাউৎস প্ৰসংগ 12:09, 4 September 2019 (ইউ.টি.চি.)
- দিব্য দত্ত (বাৰ্তা) 14:45, 4 September 2019 (ইউ.টি.চি.)
- — গীতাৰ্থ বৰদলৈ (talk) 08:18, 9 September 2019 (ইউ.টি.চি.)
- বাবুল বৈশ্য (talk) 15:09, 10 September 2019 (ইউ.টি.চি.)
- -অজয় দাস (বাৰ্তা) 12:03, 11 September 2019 (ইউ.টি.চি.)
- --SlowPhoton (talk) 06:27, 13 September 2019 (ইউ.টি.চি.)
- অনামিকা(চুমু) বড়া (talk) 18:16, 12 September 2019 (ইউ.টি.চি.)
- ঈশান জ্যোতি বৰা (talk) 15:24, 14 September 2019 (ইউ.টি.চি.)
- জলি বৰা (talk) 18:40, 14 September 2019 (ইউ.টি.চি.)
- বিষ্ণু শইকীয়া⇒✉ 13:18, 9 October 2019 (ইউ.টি.চি.)
- অংশুমান দত্ত (talk) 13:29, 11 October 2019 (ইউ.টি.চি.)
- Obangmoy (talk) 06:11, 12 October 2019 (ইউ.টি.চি.)
- আমিৰ হামজা (talk) 08:37, 12 October 2019 (ইউ.টি.চি.)Amir hamza
- Bidyut13 (talk) 06:09, 13 October 2019 (ইউ.টি.চি.)
- নিৰঞ্জন বড়া (talk) 08:35, 16 October 2019 (ইউ.টি.চি.)
- তৰুণ গগৈ (talk) 12:00, 16 October 2019 (ইউ.টি.চি.)
- নয়ন জ্যোতি নাথ (talk) 05:57, 21 October 2019 (ইউ.টি.চি.)
- Ankur Jyoti Dewri (talk) 17:39, 22 October 2019 (ইউ.টি.চি.)
- Bhaskarjyoti Bhuyan (talk) 16:36, 25 October 2019 (ইউ.টি.চি.)
- Nitish Kumar Duwarah (talk) 14:07, 28 October 2019 (ইউ.টি.চি.)
Tirthankar Kharghoria (talk) 07:05, 8 December 2019 (ইউ.টি.চি.)Tirthankar Kharghoria Dadul Devakrishna Baruah Kishore.Kashyap
প্ৰবন্ধ জমা কৰক
পুৰস্কাৰ
- প্ৰতিমাহে তিনিজন অংশগ্ৰহণকাৰীক তেওঁলোকৰ বৰঙণিৰ ওপৰত ভিত্তি কৰি পুৰস্কৃত কৰা হ'ব। পুৰস্কাৰস্বৰূপে তেওঁলোকলৈ ক্ৰমে ভাৰতীয় মুদ্ৰাৰ হিচাপত ৩,০০০ টকা, ২,০০০ টকা আৰু ১,০০০ টকা আগবঢ়োৱা হ'ব।
- ব্যক্তিগত পুৰস্কাৰসমূহৰ লগতে তিনি মাহৰ অন্তত যি ভাষাৰ ৱিকিপিডিয়াত সৰ্বাধিক সংখ্যক প্ৰবন্ধ সৃষ্টি বা বিস্তাৰ কৰা হ'ব সেই ৱিকিপিডিয়াৰ সদস্যসকল পুৰস্কৃত কৰা হ'ব। পুৰস্কাৰস্বৰূপে তেওঁলোকৰ কৌশল বৃদ্ধিৰ বাবে এক তিনি দিনীয়া প্ৰশিক্ষণ কৰ্মশালা (capacity building training event) আয়োজন কৰা হ'ব। CIS-A2K আৰু WMF-এ আয়োজন কৰিব লগা এই কৰ্মশালাত ৪০ জন সদস্যই অংশগ্ৰহণ কৰিব পাৰিব।
- সম্পাদনা মেলাত পৃথিৱীৰ যিকোনো দেশৰ ৱিকিমিডিয়ানেই অংশগ্ৰহণ কৰিব পাৰে, পিছে ব্যক্তিগত পুৰস্কাৰসমূহ কেবল ভাৰতত বাস কৰা ৱিকিমিডিয়ানসকলকহে প্ৰদান কৰা বাবে যোগ্য বুলি বিবেচনা কৰা হ'ব।
প্ৰস্তাবিত প্ৰবন্ধ তালিকা
গোলকীয় তালিকা
- প্ৰতিখন ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহ: অসমীয়া তালিকা, ইংৰাজী তালিকা
ভাৰতীয় তালিকা
গুগলৰ তালিকা
স্থানীয় তালিকা
এই প্ৰস্তাবিত তালিকাখন অসমীয়া ৱিকিপিডিয়াত নথকা কিছু গুৰুত্বপূৰ্ণ বিষয়কলৈ তৈয়াৰ কৰা হৈছে।
Topic (en Wiki) | Assamese article | Category | Created by | Status |
---|---|---|---|---|
Chandigarh | চণ্ডীগড় | Union territory of India | সদস্য:অজয় দাস | গ্ৰহণ কৰা হ’ল |
Daman and Diu | দমন আৰু দিউ | Union territory of India | সদস্য:অজয় দাস | গ্ৰহণ কৰা হ’ল |
Dadra and Nagar Haveli | দাদৰা আৰু নগৰ হাভেলী | Union territory of India | সদস্য:অজয় দাস | গ্ৰহণ কৰা হ’ল |
Puducherry | পুডুছেৰী | Union territory of India | সদস্য:অজয় দাস | গ্ৰহণ কৰা হ’ল |
Lakshadweep | লাক্ষাদ্বীপ | Union territory of India | সদস্য:SlowPhoton | গ্ৰহণ কৰা হ’ল |
British Raj | ব্ৰিটিছ ৰাজ | History of India | সদস্য:Gitartha.bordoloi | |
Partition of India | ভাৰত বিভাজন | History of India | ||
Assam separatist movements | অসমৰ বিচ্ছিন্নতাবাদী বিদ্ৰোহ | Contemporary Assam | ||
Insurgency in Northeast India | উত্তৰ-পূব ভাৰতৰ উগ্ৰপন্থী বিদ্ৰোহ | Contemporary India | ||
Neelam Sanjiva Reddy | নীলম সঞ্জীৱ ৰেড্ডী | President of India | সদস্য:ঈশান জ্যোতি বৰা | গ্ৰহণ কৰা হ’ল |
Zail Singh | জেইল সিং | President of India | সদস্য:ঈশান জ্যোতি বৰা | গ্ৰহণ কৰা হ’ল |
Ramaswamy Venkataraman | আৰ ভেঙ্কটৰমন | President of India | সদস্য:ঈশান জ্যোতি বৰা | গ্ৰহণ কৰা হ’ল |
Shankar Dayal Sharma | শঙ্কৰ দয়াল শৰ্মা | President of India | সদস্য:Babulbaishya | গ্ৰহণ কৰা হ’ল |
Kocheril R. Narayanan | কে আৰ নাৰায়ণন | President of India | সদস্য:ঈশান জ্যোতি বৰা | গ্ৰহণ কৰা হ’ল |
Charan Singh | চৌধুৰী চৰণ সিং | Prime Minister of India | ||
Vishwanath Pratap Singh | ভি পি সিং | Prime Minister of India | ||
Chandra Shekhar | চন্দ্ৰ শেখৰ | Prime Minister of India | ||
H. D. Deve Gowda | এইচ ডি দেৱেগৌড়া | Prime Minister of India | ||
I. K. Gujral | ইন্দৰ কুমাৰ গুজৰাল | Prime Minister of India | ||
Air India | এয়াৰ ইণ্ডিয়া | Transport in India | ||
United States dollar | আমেৰিকান ডলাৰ | Currency | ||
Dhemaji | ধেমাজি | Town in Assam | ||
Odalguri | ওদালগুৰি | Town in Assam | ||
Hailakandi | হাইলাকান্দি | Town in Assam | ||
Jammu and Kashmir Reorganisation Act, 2019 | জম্মু আৰু কাশ্মীৰ পুনৰ্গঠন আইন, ২০১৯ | Contemporary India | ||
Pragjyotishpura | প্ৰাগজ্যোতিষপুৰ | History of Assam | ||
Economy of Assam | অসমৰ অৰ্থনীতি | Economy, Assam | ||
Economy of India | ভাৰতৰ অৰ্থনীতি | Economy, India | ||
Bodoland | বড়োলেণ্ড | Autonomous area of Assam | ||
Assam State Museum | অসম ৰাজ্যিক সংগ্ৰহালয় | Assam | ||
Upper Assam | উজনি অসম | Assam | ||
French language | ফৰাছী ভাষা | Language | ||
Italian language | ইটালীয় ভাষা | Language | ||
Spanish language | স্পেনীছ ভাষা | Language | ||
Japanese language | জাপানী ভাষা | Language | ||
Hebrew language | হিব্ৰু ভাষা | Language | ||
Devanagari | দেৱনাগৰী | Script | ||
Fake news in India | ভাৰতৰ ভুৱা বাতৰি | Contemporary India | ||
Bahi (magazine) | বাঁহী (আলোচনী) | Assamese literature | ||
Digboi | ডিগবৈ | Town in Assam | ||
South Asia | দক্ষিণ এছিয়া | Geographical region | ||
Hindu nationalism | হিন্দু জাতীয়তাবাদ | India | ||
Indian nationalism | ভাৰতীয় জাতীয়তাবাদ | India | ||
Central India | মধ্য ভাৰত | Regions of India | ||
East India | পূব ভাৰত | Regions of India | ||
North India | উত্তৰ ভাৰত | Regions of India | ||
South India | দক্ষিণ ভাৰত | Regions of India | ||
Western India | পশ্চিম ভাৰত | Regions of India | ||
Kra–Dai languages | ক্ৰা-ডাই ভাষা | Language | ||
Brahmaputra Valley | ব্ৰহ্মপুত্ৰ উপত্যকা | Geography of Assam | ||
Jatin Mipun | যতিন মিপুন | Assamese literature | ||
Neurotransmission | স্নায়ুপ্ৰেৰণা প্ৰবহন | Human biology | ||
Axon | এক্সন | Human biology | ||
Dendrite | ডেন্ড্ৰাইট | Human biology | ||
Steroid | ষ্টেৰইড | Human biology | ||
Synapse | স্নায়ুসান্নিধ্য | Human biology | ||
Neurotransmitter | স্নায়ুপ্ৰেৰক | Human biology | ||
Thalamus | থেলামাছ | Human biology | ||
Cerebellum | চেৰিবেলাম | Human biology | ||
Cerebral cortex | চেৰিব্ৰেল কৰ্টেক্স | Human biology | ||
Reflex | প্ৰতীপ ক্ৰিয়া | Human biology | ||
Peripheral nervous system | প্ৰান্তীয় স্নায়ু তন্ত্ৰ | Human biology | ||
Autonomic nervous system | অনৈচ্ছিক স্নায়ু তন্ত্ৰ | Human biology | ||
Pain | বিষ | Human biology | ||
Pituitary gland | পিটুইটাৰী গ্ৰন্থি | Human biology | ||
Adrenal gland | এড্ৰিনেল গ্ৰন্থি | Human biology | ||
Parathyroid gland | পেৰাথাইৰ'ইড গ্ৰন্থি | Human biology | ||
Pineal gland | পিনিয়েল গ্ৰন্থি | Human biology | ||
Thyroid | থাইৰ'ইড | Human biology | ||
Testicle | শুক্ৰাশয় | Human biology | ||
Ovary | অণ্ডাশয় | Human biology | ||
Gene | জিন | biology | ||
Chromosome | ক্ৰম'জ'ম | biology | ||
Blood transfusion | ৰক্ত সংচাৰণ | Human biology | ||
Blood type | ৰক্তদল | Human biology | ||
Coagulation | ৰক্ত আতঞ্চন | biology | ||
Lymph | লসীকা | biology | ||
Electrocardiography | ইলেক্ট্ৰ'কাৰ্ডিঅ'গ্ৰাফী | Human biology | ||
Medical ultrasound | আল্ট্ৰাচ'ন'গ্ৰাফী | Human biology | ||
Hemodialysis | ৰক্তপোহন | Human biology | ||
Kidney failure | বৃক্কীয় অসমৰ্থতা | Human biology | ||
Kidney transplantation | বৃক্ক সংৰোপন | Human biology | ||
Heart failure | হৃদ অসমৰ্থতা | Human biology | ||
Latin script | ৰোমান লিপি / লেটিন লিপি | Script | ||
Sutlej | শতদ্ৰু নদী | Georgaphy, India, River | ||
Beas River | বিপাশা নদী | Georgaphy, India, River | ||
Hooghly River | হুগলী নদী | Georgaphy, India, River | ||
Irrawaddy River | ইৰাৱতী নদী | Georgaphy, River | ||
Dhondo Keshav Karve | ধন্দ কেশৱ কৰ্ৱে | Bharat Ratna laureate | ||
J. R. D. Tata | জে আৰ ডি টাটা | Bharat Ratna laureate | ||
Chidambaram Subramaniam | চিদাম্বৰম সুব্ৰমনিয়াম | Bharat Ratna laureate | ||
Doordarshan | দূৰদৰ্শন (ছেনেল) | India | ||
Indian subcontinent | ভাৰতীয় উপমহাদেশ | Geography | ||
Software | ছফ্টৱেৰ | Computer Science | ||
Abacus | এবাকাছ | Computer Science | ||
Data (computing) | তথ্য (কম্পিউটাৰ বিজ্ঞান) | Computer Science | ||
Computing | কম্পিউটিং | Computer Science | ||
Metadata | মেটাডাটা | Computer Science | ||
User interface | ব্যৱহাৰকাৰী ইন্টাৰফেছ | Computer Science | ||
Database | ডাটাবেছ | Computer Science | ||
Computer keyboard | কম্পিউটাৰ কীবৰ্ড | Computer Science | ||
Open-source software | মুক্ত-উৎসৰ ছফ্টৱেৰ | Computer Science | ||
iOS | আই অ' এচ | Computer Science | ||
Computer security | কম্পিউটাৰ সুৰক্ষা | Computer Science | ||
Cryptography | ক্ৰিপ্ট'গ্ৰাফী | Computer Science | ||
Computer file | কম্পিউটাৰ ফাইল | Computer Science | ||
Barcode | বাৰক'ড | Computer Science | ||
File system | ফাইল চিষ্টেম | Computer Science | ||
Random-access memory | ৰেণ্ডম এক্সেচ মেম'ৰী/ৰেম | Computer Science | ||
Read-only memory | ৰিড অনলী মেম'ৰী/ৰ'ম | Computer Science | ||
Memory card | মেম'ৰী কাৰ্ড | Computer Science | ||
Web search engine | ৱেব অনুসন্ধান ইঞ্জিন | Computer Science | ||
C++ | চি প্লাচ প্লাচ | Computer Science | ||
User experience | ব্যৱহাৰকাৰী অভিজ্ঞতা (?) | Computer Science | ||
নৱগ্ৰহ মহাযজ্ঞ | Assam | |||
অগ্নি পূজা | Assam | |||
বেণ্ডপাৰ্টি | Assam | |||
সভা মহাৎসৱ | Assam | |||
গোষ্ঠাষ্টমী | Assam | |||
চন্দ্ৰায়ন | Assam | |||
ইন্দ্ৰধ্বজ পূজা | Assam | |||
একাদশী তিথি | Assam | |||
নাগাৰা নাম | Assam | |||
তুকুৰীয়া ওজাপালি | Assam | |||
শুভচনী পূজা | Assam | |||
বাহাপৰব | Assam | |||
সুঁৱৰি | Assam | |||
বাঁহ পূজা | Assam | |||
দুৰ্গা পূজা | Assam | |||
পালনাম | Assam | |||
সোণৰ গহনা | Assam | |||
মহালয়া | Assam | |||
সত্যনাৰায়ণ পূজা | Assam | |||
মদনোৎসৱ | Assam | |||
জগন্নাথদেৱৰ স্নান আৰু ৰথ যাত্ৰা | Assam | |||
যাত্ৰাভিনয় | Assam | |||
ঝেঝেৰা দল | Assam | |||
বৃক্ষ বিবাহ | Assam | |||
বৈষ্ণৱীৰ দিনপঞ্জী | Assam | |||
কাইথেলী অংক | Assam | |||
কাৱঁড় যাত্ৰা / বোল বোম | Assam | |||
খটৰা সত্ৰ | Assam | |||
ৰঞ্জিৎ বৰপূজাৰী | Assam | |||
বিপিনপাল দাস | Assam | |||
অন্নপ্ৰাসন | Assam | |||
অপেশ্বৰী সবাহ / অপেচৰী সবাহ | Assamese culture | |||
অৰ্কিড | Assam | |||
অসম এছোচিয়েছন | Assam | |||
অসম প্ৰকাশন পৰিষদ | Assam | |||
অসম লোকসেৱা আয়োগ | Assam | |||
অসম সত্ৰ মহাসভা | Assam | |||
মাধৱ কন্দলী ৰামায়ণ | Assam | |||
হস্তীবিদ্যাৰ্ণৱ | Assam | |||
অসমিয়া লৰাৰ মিত্ৰ | Assam | |||
সংখ্যায়িত তালিকা আইটেম | Assam | |||
আই সবাহ | Assam | |||
আইনাম | Assam | |||
আকাশ বন্তি | Assam | |||
আগিয়াঠুৰি | Assam | |||
আছাম ট্ৰিবিউন | Assam | |||
আছামিজ, ইটছ ফৰমেচন এণ্ড ডেভেলপমেণ্ট | Assam | |||
আঞ্চলিক বিজ্ঞান কেন্দ্ৰ | Assam | |||
অসমৰ আতচবাজী শিল্প | Assam | |||
আতন বুঢ়াগোহাঁই | Assam | |||
আবৰ ৰণ | Assam | |||
আমিনগাঁও | Assam | |||
আৰাণ উৎসৱ | Assam | |||
আৰনাই | Assam | |||
চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুছ | Assam | |||
আৱাহন (আলোচনী) | Assam | |||
আসাম বিলাসিনী | Assam | |||
ইটাখুলিৰ ৰণ | Assam | |||
ইলাৰাম দাস | Assam | |||
উগ্ৰতাৰা দেৱালয় | Assam | |||
ঊষা (আলোচনী) | Assam | |||
ঊষা (বাণ ৰজাৰ জীয়াৰী) | Assam | |||
এছিয়ান হাইৱে | Assam | |||
ওৱাংগালা উৎসৱ | Assam | |||
কটন কলেজিয়েট স্কুল | Assam | |||
কলাখাৰ | Assam | |||
কাকৈজানা সংৰক্ষিত বনাঞ্চল | Assam | |||
কামৰূপী উপভাষা | Assam | |||
কাৰেঙৰ লিগিৰী | Assam | |||
কাৰ্বি ছাত্ৰ সন্থা | Assam | |||
কালসংহতি | Assam | |||
মুক্তিনাথ শৰ্মা বৰদলৈ | Assam | |||
কুমুদেশ্বৰ বৰঠাকুৰ | Assam | |||
কুলদা কুমাৰ ভট্টাচাৰ্য | Assam | |||
কেঁচাইখাতী পূজা | Assam | |||
কোমল চাউল | Assam | |||
ক্ৰাইষ্ট চাৰ্চ, গুৱাহাটী | Assam | |||
খাছিয়া বিদ্ৰোহ | Assam | |||
খামতি ৰাজ্য | Assam | |||
গাভৰু চাং | Assam | |||
গুৱাহাটী প্লেনেটৰিয়াম / গুৱাহাটী তাৰকাগৃহ | Assam | |||
কীৰ্তিচন্দ্ৰ বৰবৰুৱা | Assam | |||
গেৰুকামুখ | Assam | |||
গো-পূজা | Assam | |||
গোপেশ্বৰ দেৱালয় | Assam | |||
গোৱালপৰীয়া উপভাষা | Assam | |||
গোসাঁই বিহু | Assam | |||
বদন চন্দ্ৰ বৰফুকন | Assam | |||
চম্পাৱতী জলপ্ৰপাত | Assam | |||
চাৰ্চ অব্ এপিফেনি, তেজপুৰ | Assam | |||
চালি নৃত্য | Assam | |||
চিকণ সৰিয়হৰ গীত | Assam | |||
চিংফৌ ৰাজ্য | Assam | |||
চূড়াকৰণ | Assam | |||
অৰুণ নাথ | Assam | |||
বিদ্যা ৰাও (অভিনেত্ৰী) | Assam | |||
হেমন্ত দত্ত | Assam | |||
বৰ্ণালী পূজাৰী | Assam | |||
জ্ঞানদা কাকতী | Assam | |||
বিজয় শংকৰ | Assam | |||
অৰ্চনা মহন্ত | Assam | |||
আলি হাইদৰ | Assam | |||
আৰতি মুখাৰ্জী | Assam | |||
ডলি ঘোষ | Assam | |||
ধনদা পাঠক | Assam | |||
হবিবুৰ ৰহমান | Assam | |||
মুনমী বৰা | Assam | |||
মনীষা হাজৰিকা | Assam | |||
ৰিদিপ দত্ত | Assam | |||
ৰুনুমী ঠাকুৰ | Assam | |||
লণ্ডন | Assam | |||
স্পেইন | Assam | |||
নতুন দিল্লী | Assam | |||
দক্ষিণ আফ্ৰিকা | Assam | |||
জাৰ্মান ভাষা | Assam | |||
চাদৰ | Assam | |||
বনগীত | Assam | |||
গামখাৰু | Assam | |||
পৃথিৱীৰ বায়ুমণ্ডল | Assam | |||
টোকাৰী গীত | Assam | |||
দখনা | Assam | |||
নমামি ব্ৰহ্মপুত্ৰ মহোৎসৱ | Assam | |||
নমামি বৰাক মহোৎসৱ | Assam | |||
পেলেষ্টাইন | Assam | |||
ইন্দ্ৰ | Assam | |||
মেক্সিকো | Assam | |||
দুধনৈ | Assam | |||
অসহযোগ আন্দোলন | Assam | |||
আইন অমান্য আন্দোলন | Assam | |||
ভাৰত ত্যাগ আন্দোলন | Assam | |||
ডাণ্ডি যাত্ৰা | Assam | |||
ইম্ফল | Assam | |||
ইউনেস্কো বিশ্ব ঐতিহ্যবাহী স্থান | Assam | |||
জগন্নাথ বৰুৱা | Assam | |||
জংকী বৰঠাকুৰ | Assam | |||
বিজয় কৃষ্ণ সন্দিকৈ | Assam | |||
ৰহস্য (আলোচনী) | Assam | |||
আৱাহন থিয়েটাৰ | Assam | |||
নন্দাদেৱী ৰাষ্ট্ৰীয় উদ্যান | Assam | |||
পূৰ্ণানন্দ বুঢ়াগোহাঁইশ্বৰ সিংহ | Assam | |||
স্বৰ্গদেউ চাওলুং ছ্যুকাফা সমন্বয় ক্ষেত্ৰ | Assam | |||
ভাৰতীয় সেনাবাহিনী | Assam | |||
ডিমাপুৰ | Assam | |||
ভাৰতীয় নৌবাহিনী | Assam | |||
দিল্লী বিশ্ববিদ্যালয় | Assam | |||
ভাৰতীয় বিমানবাহিনী | Assam | |||
সূৰ্য (দেৱতা) | Assam | |||
আজাদ হিন্দ ফৌজ | Assam | |||
ভগৎ সিং | Assam | |||
লালা লাজপত ৰায় | Assam | |||
ৰাম নৱমী (নাটক) | Assam | |||
চন্দ্ৰশেখৰ আজাদ | Assam | |||
ছাইমন কমিশ্যন | Assam | |||
দাদাভাই নৌৰজী | Assam | |||
জয়দৌল | Assam | |||
জনাৰ্দন দেৱালয় | Assam | |||
জোঙাল বলহু গড় | Assam | |||
টাই যাদুঘৰ | Assam | |||
টিলিঙা মন্দিৰ | Assam | |||
ডাকিনী পাহাৰ | Assam | |||
নুমলীগড় | Assam | |||
ডিগবৈ ৱাৰ চিমেট্ৰী | Assam | |||
ডিমৌ | Assam | |||
ডেবেৰা বৰবৰুৱা | Assam | |||
ঢুলীয়া চং | Assam | |||
ঢেকিয়াজুলি, শোণিতপুৰ | Assam | |||
ঢেকিয়াজুলি, যোৰহাট | Assam | |||
তাল | Assam | |||
তিলক দাস | Assam | |||
হৰিনাৰায়ণ দত্ত বৰুৱা | Assam | |||
তিলোত্তমা মিশ্ৰ | Assam | |||
তিৱা স্বায়ত্তশাসিত পৰিষদ | Assam | |||
তুলাপাত | Assam | |||
তুলাৰাম সেনাপতি | Assam | |||
তেল শোধনাগাৰ আন্দোলন | Assam | |||
তৌফিক আহমেদ | Assam | |||
ত্ৰিমূৰ্তি উদ্যান, তেজপুৰ | Assam | |||
৩০ অক্টোবৰৰ ধাৰাবাহিক বোমা বিস্ফোৰণ | Assam | |||
ধেমাজিৰ বোমা বিস্ফোৰণ | Assam | |||
নন্দ তালুকদাৰ | Assam | |||
নন্দোৎসৱ | Assam | |||
নাগাৰা | Assam | |||
নামঘোষা | Assam | |||
নামনি সোৱশিৰি প্ৰকল্প | Assam | |||
নামাজ | Assam | |||
নাহৰ মৰাণ | Assam | |||
নাহৰৰ গীত | Assam | |||
নিকামূল সত্ৰ | Assam | |||
ইছলাম ধৰ্মত বিবাহ | Assam | |||
হিন্দু ধৰ্মত বিবাহ | Assam | |||
নিধি লেভি ফাৰৱেল | Assam | |||
নিৰোদ চৌধুৰী | Assam | |||
নুমলীগড় শোধনাগাৰ | Assam | |||
নুৰুল আমিন | Assam | |||
নেওঠনী | Assam | |||
নেতাই ধুবুনী ঘাট | Assam | |||
পচতি উৎসৱ | Assam | |||
পদ্মেশ্বৰ গগৈ | Assam | |||
পৰাগধৰ চলিহা | Assam | |||
পাঁচালী | Assam | |||
পাটবাউসী সত্ৰ | Assam | |||
পাণ্ডু | Assam | |||
পানীন্দ্ৰনাথ গগৈ | Assam | |||
পিংগলেশ্বৰ মন্দিৰ | Assam | |||
পূৰ্ণানন্দ বুঢ়াগোহাঁই | Assam | |||
পুলিন দাস | Assam | |||
পোৱামক্কা | Assam | |||
পোহন বিয়া | Assam | |||
চুন্যৎফা | Assam | |||
গোবৰ ৰজা | Assam | |||
চুদৈফা | Assam | |||
চুতণফা | Assam | |||
চুণ্যেউফা | Assam | |||
চুহিত্পংফা | Assam | |||
চুক্লিংফা | Assam | |||
চুদিনফা | Assam | |||
সুকবি নাৰায়ণদেৱ | Assam | |||
ফুলকোঁৱৰ-মণিকোঁৱৰৰ গীত | Assam | |||
খনিকৰ পুথি | Assam | |||
বগা ফকীৰৰ মাজাৰ | Assam | |||
বগলা মন্দিৰ | Assam | |||
বড়ো চুক্তি | Assam | |||
বদন বৰফুকনৰ গীত | Assam | |||
বন্দৰ বৰফুকন | Assam | |||
বৰফুকনৰ গীত | Assam | |||
বৰভেটি | Assam | |||
বাৰমাহী গীত | Assam | |||
বিজ্ঞান জেউতি | Assam | |||
বিবুধি গড় | Assam | |||
বুৰঞ্জী দাহ | Assam | |||
বুঢ়া ডাঙৰীয়া | Assam | |||
বুদ্ধ পূৰ্ণিমা | Assam | |||
বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ | Assam | |||
বৃক্ষ পূজা | Assam | |||
মইনাপৰীয়া নামঘৰ | Assam | |||
ভোৰতাল নৃত্য | Assam | |||
ভোলানাথ বৰুৱা | Assam | |||
ভূৱনেশ্বৰ বৰুৱা | Assam | |||
মণিকৰ্ণেশ্বৰ দেৱালয় | Assam | |||
মণিৰাম দেৱানৰ গীত | Assam | |||
মহেন্দ্ৰনাথ ডেকাফুকন | Assam | |||
অসমৰ পৰিৱেশ সংৰক্ষণমূলক সাহিত্য | Assam | |||
অসমৰ লোকভাষা | Assam | |||
হৰেন্দ্ৰ দেৱগোস্বামী | Assam | |||
গৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকা | Assam | |||
অপৰাজিতা পূজা | Assamese culture | |||
অপ্সৰা নৃত্য | Assamese culture | |||
অসমৰ চিত্ৰকলাৰ ইতিহাস | Assam | |||
পীৰা | Assamese culture | |||
নাও খেল / নাওখেল | Assamese culture | |||
অসমৰ পুথিচিত্ৰ | Assamese culture | |||
অসমৰ পুৰণি স্থাপত্য | Assamese culture | |||
অসমৰ বেজ-বেজালি | Assamese culture | |||
অসমৰ মাছ ধৰা সঁজুলি | Assamese culture | |||
আখৈ তোলা | Assamese culture | |||
আঙঠি পিন্ধোৱা | Assamese culture | |||
গাঁঠিয়ন খুন্দা | Assamese culture | |||
আহোম যুগৰ অস্ত্ৰ-সস্ত্ৰ | Assam | |||
কবচ কাপোৰ | Assamese culture | |||
কৰতাল | Assamese culture | |||
কৰাপাট | Assamese culture | |||
কড়ি খেল | Assamese culture | |||
কাল সংহতি | Assamese culture | |||
পানী কাহুদি | Assamese culture | |||
খেতৰ | Assamese culture | |||
গুমৰাগ নৃত্য | Assamese culture | |||
ঘিলা খেল | Assamese culture | |||
চ’মাংকান | Assamese culture | |||
চালিনাচ | Assamese culture | |||
চিঁয়া গীত | Assamese culture | |||
চৌ খেল | Assamese culture | |||
জয়ঢোল | Assamese culture | |||
জাৰী গীত | Assamese culture | |||
জুনা | Assamese culture | |||
জোৰণ | Assamese culture | |||
ডেকাচাং | Assamese culture | |||
তিলনি | Assamese culture | |||
দৰঙী চিত্ৰশৈলী | Assamese culture | |||
দশ অৱতাৰ | Assam | |||
দ্বীপান্বিতা | Festival | |||
দুণৰি | Assamese culture | |||
দৈয়ন দিয়া | Assamese culture | |||
ধোঁৱা চাং | Assamese culture | |||
নটুৱা নাচ | Assamese culture | |||
নাঙেলী গীত | Assamese culture | |||
নিকা সংহতি | Assamese culture | |||
ৰঙিয়া ৰাইজমেল | Assam | |||
হাজাৰ বছৰেৰ পুৰাণ বাঙ্গালা ভাষাই বৌদ্ধ গান ও দোহা | Assamese literature | |||
ৰামাই পণ্ডিত | Assam/biography | |||
শ্ৰীকৃষ্ণকীৰ্তন | Assamese literature | |||
শূণ্য পুৰাণ | Assamese literature | |||
প্ৰহ্লাদ চৰিত্ৰ | Assamese literature | |||
হৰগৌৰী সংবাদ | Assamese literature | |||
আদিকাণ্ড | Assamese literature | |||
মহামাণিক্য | Assam/biography | |||
গীতি ৰামায়ণ | Assamese literature | |||
দুৰ্গাবৰ | Assam/biography | |||
মনকৰ | Assam/biography | |||
ভটিমা | Assamese literature | |||
চিহ্নযাত্ৰা | Assamese literature | |||
কেলিগোপাল | Assamese literature | |||
ভক্তি ৰত্নাকৰ | Assamese literature | |||
ভক্তি ৰত্নাৱলী | Assamese literature | |||
অৰ্জুন ভঞ্জন | Assamese literature | |||
নাম মালিকা | Assamese literature | |||
বধকাব্য | Assamese literature | |||
চলন্ত অভিধান | Assamese literature | |||
কংগ্ৰেছৰ কাঁচিয়লি ৰ'দত | Assamese literature | |||
অসমীয়া লোক-সংস্কৃতি (গ্ৰন্থ) | Assamese literature | |||
বেদনাৰ উল্কা | Assamese literature | |||
আধুনিক গল্প সাহিত্য (গ্ৰন্থ) | Assamese literature | |||
অলকানন্দা | Assamese literature | |||
মঞ্চলেখা | Assamese literature | |||
মহাত্মাৰ পৰা ৰূপকোঁৱৰলৈ | Assamese literature | |||
গোলাম | Assamese literature | |||
বকুল বনৰ কবিতা | Assamese literature | |||
পিতা-পুত্ৰ | Assamese literature | |||
সোণালী জাহাজ | Assamese literature | |||
পৃথিৱীৰ অসুখ | Assamese literature | |||
মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস | Assamese literature | |||
সুদীৰ্ঘ দিন আৰু ঋতু | Assamese literature | |||
জংগম | Assamese literature | |||
আন এজন | Assamese literature | |||
পাতাল ভৈৰৱী | Assamese literature | |||
স্নেহ দেৱীৰ একুঁকি গল্প | Assamese literature | |||
ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য | Assamese literature | |||
শইচৰ পথাৰ মানুহ | Assamese literature | |||
মোৰ যে কিমান হেঁপাহ | Assamese literature | |||
মধুপুৰ বহুদূৰ | Assamese literature | |||
অভিযাত্ৰী | Assamese literature | |||
এন্ধাৰত নিজৰ মুখ | Assamese literature | |||
বিপন্ন সময় | Assamese literature | |||
বাঘে টাপুৰ ৰাতি | Assamese literature | |||
এধানি মাহীৰ হাঁহি | Assamese literature | |||
মহৎ ঐতিহ্য | Assamese literature | |||
অনেক মানুহ, অনেক ঠাই আৰু নিৰ্জনতা | Assamese literature | |||
মানুহ অনুকুলে | Assamese literature | |||
চেনেহ জৰীৰ গাঁথি | Assamese literature | |||
অসমীয়া ৰামায়ণী সাহিত্য: কথাবস্তুৰ আঁতিগুৰি | Assamese literature | |||
এই অনুৰাগী, এই উদাস | Assamese literature | |||
পাটকাইৰ সিপাৰে মোৰ দেশ | Assamese literature | |||
মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা | Assamese literature | |||
ধূলিয়ৰি ভৰিৰ সাঁচ | Assamese literature | |||
মেঘমালাৰ ভ্ৰমণ | Assamese literature | |||
মৰিয়াহোলা | Assamese literature | |||
কাইলৈৰ দিনটো আমাৰ হ'ব | Assamese literature | |||
সনন্ত তাঁতী | Assam/biography | |||
কাৰ্বি ভাষা | Assamese culture | |||
ৰাভা ভাষা | Assamese culture | |||
দেউৰী ভাষা | Assamese culture | |||
তিৱা ভাষা | Assamese culture | |||
চিংফৌ ভাষা | Assamese culture | |||
দেহ বিচাৰৰ গীত | Assamese culture | |||
বৃন্দাবন গীত | Assamese culture | |||
হাইদাং গীত | Assamese culture | |||
উপনয়ন | Assamese culture | |||
নটী নৃত্য | Assamese culture | |||
ধাইনাম | Assamese literature | |||
অসমৰ মন্ত্ৰ-সাহিত্য | Assamese literature | |||
লৱ-কুশৰ যুদ্ধ | Assamese literature | |||
বব্ৰুবাহনৰ যুদ্ধ | Assamese literature | |||
দুৰ্গাবৰ কায়স্থ | Assam/biography | |||
পীতাম্বৰ কবি | Assam/biography | |||
শ্ৰীধৰ কন্দলি | Assam/biography | |||
অলিভাৰ টমাছ কট্টাৰ | Assam/biography | |||
বলদেৱ মহন্ত | Assam/biography | |||
বলিনাৰায়ণ বৰা | Assam/biography | |||
বিজুলী (আলোচনী) | Assamese literature | |||
আসাম হিতৈষী | Assamese literature | |||
মালচ | Assamese literature | |||
অদ্ভুত ৰামায়ণ | Assamese literature | |||
২০০৯ চনৰ অসমৰ বোমা বিস্ফোৰণ | Contemporary Assam | |||
অসমৰ গুপ্তহত্যা | Contemporary Assam | |||
অভি-নীল হত্যাকাণ্ড | Contemporary Assam | |||
অসমীয়া গীতি সাহিত্য | Assamese book | |||
আঁচুফুল | Assamese book | |||
লুইচ বাৰ্জাৰ কেলেংকাৰী | Contemporary Assam | |||
আনোৱাৰুদ্দিন চৌধুৰী | Assam/bio | |||
মজিয়াৰ পৰা মেজলৈ | Assamese book | |||
এল অ' চি কেলেংকাৰী | Contemporary Assam | |||
ডাৱৰৰ সিপাৰে ধুনীয়া দেশ | Assamese book | |||
উছৱৰ ভোগজৰা | Assamese book | |||
গীতাৱলী | Assamese book | |||
কাকপথাৰৰ গণহত্যা | Contemporary Assam | |||
বহ্নিমান ব্ৰহ্মপুত্ৰ | Assamese book | |||
জিলিকাব লুইতৰে পাৰ | Assamese book | |||
মোৰ জীৱন সোঁৱৰণ | Assamese book | |||
কাৰাগাৰৰ চিঠি | Assamese book | |||
এৰি অহা দিনবোৰ | Assamese book | |||
উপলা নদীৰ দৰে | Assamese book | |||
শ্ৰীশ্ৰী শংকৰদেৱ (গ্ৰন্থ) | Assamese book | |||
ভীমাজুলিৰ গণহত্যা | Contemporary Assam | |||
মোৰ ৰাছিয়া ভ্ৰমণ | Assamese book | |||
ছোভিয়েট দেশত এভূমুকি | Assamese book | |||
বিলাতত সাত মাহ | Assamese book | |||
মহাচীনৰ দিনলিপি | Assamese book | |||
অসমীয়া বিজ্ঞান সাহিত্য | Assamese book | |||
নিয়মবোৰ কোনোবাই ভাঙিবই লাগিব | Assamese book | |||
মানৱতাৰ সাধনা | Assamese book | |||
চিৰদিন অসমীয়া | Assamese book | |||
অসমীয়া চলচ্চিত্ৰৰ ছাঁ-পোহৰ | Assamese book | |||
হেনৰী ষ্টাডমেন কটন | Assam/bio | |||
হেজাৰী ভাওনা | Assamese culture | |||
হাতীশিলা মন্দিৰ | Assamese Culture | |||
হাজং জনগোষ্ঠী | Assamese Culture | |||
সুন্দৰীদিয়া সত্ৰ | Assamese Culture | |||
সুধৰ্মাৰ উপাখ্যান | Assamese Book | |||
সুত্ৰধাৰ নৃত্য | Assamese Culture | |||
সদৌ অসম লেখিকা সমাৰোহ সমিতি | Assam | |||
অসম বিজ্ঞান লেখক সংস্থা | Assam | |||
ষঠ পূজা | Assam | |||
শেন যুঁজ | Assam | |||
শুদ্ধিসবাহ | Assam | |||
শিলঘাট | Assam | |||
পিয়লী ফুকন (চলচ্চিত্ৰ) | Assam | |||
মাক আৰু মৰম | Assam | |||
তেজীমলা (চলচ্চিত্ৰ) | Assam | |||
শকুন্তলা (চলচিত্ৰ) | Assam | |||
প্ৰতিধ্বনি (চলচ্চিত্ৰ) | Assam | |||
লটিঘটি | Assam | |||
ওপজা সোণৰ মাটি | Assam | |||
মমতা | Assam | |||
পুতলা ঘৰ | Assam | |||
প্ৰথম ৰাগিনী | Assam | |||
যুঁজ | Assam | |||
সাৰথি (চলচ্চিত্ৰ) | Assam | |||
ৰেলৰ আলিৰ দুবৰি বন (চলচ্চিত্ৰ) | Assam | |||
আজলী নবৌ | Assam | |||
ঘৰ সংসাৰ | Assam | |||
বোৱাৰী (চলচ্চিত্ৰ) | Assam | |||
সেন্দূৰ (চলচ্চিত্ৰ) | Assam | |||
সোণ মইনা | Assam | |||
প্ৰথম ৰাগিনী | Assam | |||
যৌৱনে আমনি কৰে | Assam | |||
পত্নী (চলচ্চিত্ৰ) | Assam | |||
চাকিৰা আহিব বকুলতলৰ বিহুলৈ (চলচ্চিত্ৰ) | Assam |
বিচাৰকৰ বাবে
কোনো প্ৰবন্ধ বিচাৰকমণ্ডলীয়ে এই সম্পাদনা মেলাৰ বাবে গ্ৰহণযোগ্য বুলি বিবেচনা কৰাৰ পাছত অনুগ্ৰহ কৰি সেই প্ৰবন্ধটোৰ আলোচনা পৃষ্ঠাত তলৰ প্ৰযোজ্য সাঁচটো যোগ কৰিব:
- যদি প্ৰবন্ধটো নতুনকৈ সৃষ্টি কৰা হৈছে:
{{প্ৰজেক্ট টাইগাৰ ২.০}}
- যদি পুৰণি প্ৰবন্ধ বিস্তাৰ কৰা হৈছে:
{{প্ৰজেক্ট টাইগাৰ ২.০|বিস্তাৰ=হয়}}
সৃষ্টি আৰু বিস্তাৰ কৰা প্ৰবন্ধসমূহ
প্ৰজেক্ট টাইগাৰ ২.০ সম্পাদনা মেলাৰ সময়ত ১৮৪ টা প্ৰবন্ধ সৃষ্টি কৰা হৈছে আৰু ৭ টা প্ৰবন্ধ বিস্তাৰ কৰা হৈছে।
সৃষ্টি কৰা প্ৰবন্ধসমূহ
বিস্তাৰ কৰা প্ৰবন্ধসমূহ