হাইলাকান্দি
From Wikipedia, the free encyclopedia
হাইলাকান্দি (উচ্চাৰণ:ˈhaɪləˌkʌndi) অসমৰ হাইলাকান্দি জিলাৰ এখন চহৰ আৰু হাইলাকান্দি জিলাৰ সদৰ ঠাই। হাইলাকান্দি অসমৰ তিনিখন বঙালী ভাষী জিলাৰ ভিতৰত অন্যতম। ই বৰাক উপত্যকা সংমণ্ডলত অৱস্থিত। বাঙালী আৰু মেইতেই (মণিপুৰী) এই অঞ্চলৰ চৰকাৰী ভাষা।[5][6][7]
ক্ষিপ্ৰ তথ্য হাইলাকান্দি, দেশ ...
হাইলাকান্দি | |
---|---|
— নগৰ — | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
জিলা | হাইলাকান্দি জিলা |
জিলা গঠন | ১ অক্টোবৰ ১৯৮৯[1] |
চৰকাৰ | |
- পৰিষদ | হাইলাকান্দি পৌৰসভা |
মাটিকালি | |
- মুঠ | ১,৩২৭ কি.মি.২ (৫১২.৪ বৰ্গ মাইল) |
উচ্চতা | ২১ মিটাৰ (৬৮.৯০ ফুট) |
জনসংখ্যা (২০১১) | |
- মুঠ | ৬,৫৯,২৬০ জন |
- জনঘনত্ব | ৪৯৭ প্ৰতি বৰ্গ কি.মি. (১,২৮৭.২ প্ৰতি বৰ্গ মাইল) |
ভাষা | |
- চৰকাৰী | বাঙালী আৰু মেইতেই (মণিপুৰী)[2][3][4] |
সময় অঞ্চল | IST (গ্ৰী.মা.স.+5:30) |
পিনক'ড | ৭৮৮১৫৫ |
টেলিফোন কোড | ৯১ - (০) ০৩৮৪৪ |
যানবাহনৰ নম্বৰ | AS-24 |
আটাইতকৈ বেছি প্ৰচলিত ভাষা | ছিলঠীয়া ভাষা |
ৱেবছাইট | hailakandi |
বন্ধ কৰক
হাইলাকান্দি নগৰ সমিতিৰ প্ৰথম অধ্যক্ষ মৌলৱী আব্দুল মাতলিব ডাঙৰীয়া ভাৰতৰ স্থানীয় প্ৰশাসনিক গোটৰ প্ৰথম ভাৰতীয় অধ্যক্ষ। ১৯৪৬ চনত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীৰ পদত থাকোঁতে তেওঁ এই পদত অধিষ্ঠিত হৈছিল।