গোৱালপাৰা
গোৱালপাৰা জিলাৰ সদৰ ঠাই / From Wikipedia, the free encyclopedia
এই প্ৰবন্ধটো গোৱালপাৰা চহৰখনৰৰ বিষয়ে। জিলাখনৰ বাবেৰ বাবে গোৱালপাৰা জিলা চাওক।
গোৱালাপাৰা, (Pron: /ɡoʊɑːlˈpɑːrə/) উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যত অৱস্থিত গোৱালপাৰা জিলাৰ সদৰঠাই। এই নগৰখন গুৱাহাটী মহানগৰীৰ পশ্চিমে ১৩৪ কিমি দূৰত্বত অৱস্থিত। এই নগৰখন ঐতিহাসিকভাৱে কোঁচ ৰাজবংশী সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল।
ক্ষিপ্ৰ তথ্য গোৱালপাৰা, দেশ ...
গোৱালপাৰা | |
---|---|
— নগৰ — | |
ভৌগোলিক স্থানাংক: 26.164678°N 90.625820°E / 26.164678; 90.625820 | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
জিলা | গোৱালপাৰা |
চৰকাৰ | |
- পৰিষদ | Goalpara Municipality Board |
উচ্চতা | ৩৫ মিটাৰ (১১৪.৮৩ ফুট) |
জনসংখ্যা (২০০১) | |
- মুঠ | ৪৯,৮১১ জন |
ভাষা | |
- আনুষ্ঠানিক | অসমীয়া |
সময় অঞ্চল | আই এছ টি (গ্ৰী.মা.স.+5:30) |
PIN | 783123783101[1] |
আই এচ অ’ ৩১৬৬ কোড | IN-AS |
যানবাহনৰ নম্বৰ | AS-18 |
ৱেবছাইট | goalpara |
বন্ধ কৰক