জয়মতী (২০০৬ চলচ্চিত্ৰ)
অসমীয়া চলচ্চিত্ৰ (২০০৬) / From Wikipedia, the free encyclopedia
জয়মতী (ইংৰাজী নাম: Joymati - the saviour) হৈছে মঞ্জু বৰা পৰিচালিত ২০০৬ বৰ্ষৰ এখন অসমীয়া চলচ্চিত্ৰ। ছবিখন জ্যোতিপ্ৰসাদ আগৰৱালা পৰিচালিত ১৯৩৫ চনৰ প্ৰথম অসমীয়া ছবি ‘জয়মতী’ৰ পুনৰনিৰ্মাণ নহয়। এই জয়মতীৰ কাহিনীত কেতবোৰ বিশেষত্ব আছে।
এই প্ৰবন্ধটোত তথ্যসূত্ৰৰ এখন তালিকা দিয়া আছে, কিন্তু ইয়াৰ উত্স পৰিষ্কাৰ নহয় কাৰণ শাৰীবোৰৰ মাজত উদ্ধৃতি যথেষ্ট পৰিমাণে দিয়া হোৱা নাই। অনুগ্ৰহ কৰি উপযুক্ত উদ্ধৃতি অন্তৰ্ভুক্ত কৰি এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। |
"জয়মতী" নামৰ পৃষ্ঠাই ইয়ালৈ পুনৰ্নিদেশ কৰিছে। আন ব্যৱহাৰৰ বাবে, জয়মতী (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) চাওক।
ক্ষিপ্ৰ তথ্য জয়মতী Joymati - the saviour, পৰিচালক ...
জয়মতী Joymati - the saviour | |
---|---|
জেৰেঙা পথাৰত চাউদাঙৰ হাতত নিৰ্যাতিতা ‘জয়মতী’ ৰূপি নিতা বসুমতাৰী | |
পৰিচালক | মঞ্জু বৰা |
চিত্ৰনাট্য | মঞ্জু বৰা |
অভিনয়ত | নিতা বসুমতাৰী ৰোহণ দলে বিষ্ণু খাৰঘৰীয়া তৌফিক ৰহমান |
চিত্ৰগ্ৰহণকাৰী | ৰাজু মিশ্ৰা |
সম্পাদনা | শ্ৰীকৰ প্ৰসাদ |
মুক্তি |
২০০৬ |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
বন্ধ কৰক