অসমৰ ৰাজ্যিক প্ৰতীকসমূহ
ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি / From Wikipedia, the free encyclopedia
অসম চৰকাৰৰ দ্বাৰা স্বীকৃতীপ্ৰাপ্ত চৰকাৰী প্ৰতীকসমূহ তলত উল্লেখ কৰা হ’ল:-
অধিক তথ্য শ্ৰেণীসমূহ, অসমীয়া নাম ...
শ্ৰেণীসমূহ | অসমীয়া নাম | ইংৰাজী নাম | প্ৰতীক |
---|---|---|---|
জাতীয় সংগীত | অ’ মোৰ আপোনাৰ দেশ[1][2] | O my dearest country | |
জাতীয় শ্লোগান | জয় আই অসম | Hail mother Assam | |
ৰাজ্যিক মোহৰ | অসম চৰকাৰ | Government of Assam | |
ৰাজ্যিক ভাষা | অসমীয়া | Assamese language | |
ৰাজ্যিক সাহিত্য সভা | অসম সাহিত্য সভা | Assam Literary Society | |
জাতীয় উৎসৱ | বিহু[3] | Bihu | |
জাতীয় নৃত্য | বিহু নৃত্য | Bihu dance | |
জাতীয় ফুল | কপৌ ফুল | Foxtail Orchids | |
জাতীয় গছ | হোলোং[4] | Dipterocarpus macrocarpus | |
জাতীয় জন্তু | এশিঙীয়া গঁড় | One-horned rhinoceros | |
জাতীয় পক্ষী | দেওহাঁহ | White-winged Wood Duck | |
জাতীয় ফল | কাজিনেমু | Kaji Nemu |
বন্ধ কৰক