এশিঙীয়া গঁড়
স্তন্যপায়ী জন্তু / From Wikipedia, the free encyclopedia
গঁড় (বৈজ্ঞানিক নাম: Rhinoceros unicornis) এটি স্তন্যপায়ী জন্তু।[2] ইয়াক একচৰ, একশৃংগ, খড়্গী আদি নামেৰেও জনা যায়। পৃথিৱীত বৰ্তমান ৩০০০ মানহে গঁড় আছে আৰু ইয়াৰে প্ৰায় ২০০০ অসমত অৱস্থিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, পবিতৰা অভয়াৰণ্য আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়।[3]
ক্ষিপ্ৰ তথ্য এশিঙীয়া গঁড়, সংৰক্ষণ স্থিতি ...
এশিঙীয়া গঁড় | |
---|---|
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এটা এশিঙীয়া গঁড় | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Mammalia |
বৰ্গ: | Perissodactyla |
পৰিয়াল: | Rhinocerotidae |
গণ: | Rhinoceros |
প্ৰজাতি: | R. unicornis |
বৈজ্ঞানিক নাম | |
Rhinoceros unicornis | |
Indian rhinoceros range |
বন্ধ কৰক