সুগৰী পহু
From Wikipedia, the free encyclopedia
সুগৰী পহু[2][3][4] বা সোগোৰা পহু[3](ইংৰাজী: Barking Deer বা Indian Muntjac, বৈজ্ঞানিক নাম-Muntiacus muntjak) এবিধ অতি সৰু হৰিণ। ইয়াক দক্ষিণ আৰু দক্ষিণ পশ্চিম এছিয়াত পোৱা যায়। ইয়াৰ চুটি আৰু কোমল মটীয়া বা ৰঙচুৱা নোম থাকে। কেতিয়াবা মাখন ৰঙৰ দাগও দেখা যায়। ই প্ৰায় আটাইতকৈ সৰু হৰিণ।
ক্ষিপ্ৰ তথ্য সুগৰী পহু, সংৰক্ষণ স্থিতি ...
সুগৰী পহু | |
---|---|
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Mammalia |
বৰ্গ: | Artiodactyla |
উপবৰ্গ: | Ruminantia |
পৰিয়াল: | Cervidae |
উপপৰিয়াল: | muntiacinae |
গণ: | Muntiacus |
প্ৰজাতি: | M. muntjak |
বৈজ্ঞানিক নাম | |
Muntiacus muntjak Zimmermann, 1780 | |
সুগৰী পহুৰ বিস্তৃতি | |
সমাৰ্থক | |
|
বন্ধ কৰক