সাহিত্য অকাডেমি বঁটা
ভাৰতৰ ৰাষ্ট্ৰীয় সাহিত্যিকপুৰস্কাৰ / From Wikipedia, the free encyclopedia
সাহিত্য অকাডেমি বঁটা হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় সাহিত্যিক অনুষ্ঠান সাহিত্য অকাডেমিয়ে প্ৰতিবছৰে প্ৰদান কৰা এটা বঁটা।[1] ভাৰতৰ প্ৰধান চৌবিশটা ভাষাৰ কোনো লেখকৰ উল্লেখনীয় সাহিত্য-কৃতিৰ বাবে এই বঁটা দিয়া হয়। ভাষাসমূহ হ’ল : অসমীয়া, ইংৰাজী, ওড়িয়া, কাশ্মিৰী, কোংকণী, কন্নড়, গুজৰাটী, চাঁওতালি, ডোগ্ৰী, তামিল, তেলেগু, নেপালী, পঞ্জাবী, বঙালী, বড়ো, মাৰাঠী, মালয়ালম, মণিপুৰী, মৈথিলী, ৰাজস্থানী, সংস্কৃত, সিন্ধী আৰু হিন্দী।
ক্ষিপ্ৰ তথ্য বঁটাৰ তথ্য ...
সাহিত্য অকাডেমি বঁটা | ||
বঁটাৰ তথ্য | ||
---|---|---|
শ্ৰেণী | সাহিত্য (ব্যক্তিবিশেষ) | |
বৰ্ণনা | ভাৰতৰ সাহিত্যিক বঁটা | |
প্ৰতিষ্ঠা | ১৯৫৪ | |
প্ৰথমবাৰ প্ৰদান | ১৯৫৪ | |
অন্তিমবাৰ প্ৰদান | ২০১৮ | |
মুঠ প্ৰদানৰ সংখ্যা | ৬০ | |
প্ৰদানকৰ্তা | সাহিত্য অকাডেমি, ভাৰত চৰকাৰ |
বন্ধ কৰক