শৰপহু
From Wikipedia, the free encyclopedia
শৰপহু (ইংৰাজী: Sambar) দক্ষিণ এছিয়া তথা দক্ষিণ-পূব এছিয়া ত বিস্তৃত হৈ থকা এবিধ পহুৰ প্ৰজাতি। ভাৰতবৰ্ষতো এই প্ৰাণীবিধ বহুল ভাৱে বিস্তৃত হৈ আছে। পহুৰ প্ৰজাতি সমূহৰ ভিতৰত শৰপহু অন্যতম বৃহৎ প্ৰজাতি। শৰপহু বাঘৰ এবিধ প্ৰিয় চিকাৰ বুলি জনা যায়[1]।
ক্ষিপ্ৰ তথ্য শৰপহু, সংৰক্ষণ স্থিতি ...
শৰপহু | |
---|---|
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Mammalia |
বৰ্গ: | Artiodactyla |
উপবৰ্গ: | Ruminantia |
পৰিয়াল: | Cervidae |
উপপৰিয়াল: | Cervinae |
গণ: | Rusa |
প্ৰজাতি: | R. unicolor |
বৈজ্ঞানিক নাম | |
Rusa unicolor (Kerr, 1792) | |
সমাৰ্থক | |
|
বন্ধ কৰক