শোণিতপুৰ জিলা
ভাৰতৰ অসম ৰাজ্যৰ এখন জিলা / From Wikipedia, the free encyclopedia
শোণিতপুৰ (ইংৰাজী: Sonitpur) ভাৰতৰ অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা। জিলাখনৰ প্ৰধান সদৰ ঠাই হৈছে তেজপুৰ। ২০১১ চনৰ লোকপিয়ল[1] অনুসৰি নগাঁও আৰু ধুবুৰীৰ পিছত তৃতীয় জনবহুল জিলা। শোণিতপুৰ জিলা প্ৰাকৃতিকভাৱে অতি সুন্দৰ এখন জিলা আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি। শোণিতপুৰ জিলা বিভিন্ন ঐতিহাসিক সমলেৰে চহকী।
ক্ষিপ্ৰ তথ্য
শোণিতপুৰ | |
— জিলা — | |
স্থানাঙ্ক | 26.63°N 92.8°E / 26.63; 92.8 |
দেশ | ভাৰত |
অঞ্চল | উজনি অসম |
ৰাজ্য | অসম |
উপায়ুক্ত | শ্ৰীযুত তপন চন্দ্ৰ শৰ্মা |
জনসংখ্যা • ঘনত্ব |
25,08,021 (44) (2009[update]) • 940 /কিমি২ (2,435 /বৰ্গ মাইল) (44) (2010[update]) |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
মাটিকালি • উচ্চতা |
>2,668 km (1,658 mi)>OnlineSivasagar.com • 55 m (180 ft) |
ৱেবছাইট | চৰকাৰী ৱেবচাইট |
বন্ধ কৰক