নগাঁও
ভাৰতৰ অসম ৰাজ্যৰ এখন চহৰ / From Wikipedia, the free encyclopedia
নগাঁও (ইংৰাজী: Nagaon) মধ্য অসমৰ উল্লেখযোগ্য চহৰ। প্ৰাচীনকালত নল-খাগৰিৰে ভৰা এই ঠাইডোখৰক খাগৰিজান বুলি জনাজাত আছিল।[উদ্ধৃতিৰ প্ৰয়োজন] মোমাই তামুলী বৰবৰুৱাই নতুনকৈ পতা গাওঁকেইখনমান লগ লগাই নগাঁও অঞ্চলৰ সৃষ্টি কৰিছিল।[1] গুৰুজনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৰ্বিভাৱৰ স্থান "বৰদোৱা" দৰে পবিত্ৰ স্থানেৰে গৰ্বিত নগাঁৱত, অসমীয়া কলা-সংস্কৃতিৰ কেইবাগৰাকী নমস্য ব্যক্তিৰ জন্ম হৈছে।
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
এই প্ৰবন্ধটো নগৰৰ বিষয়ে। একে নামৰ ঠাইৰ বাবে নগাঁও জিলা চাওক।
ক্ষিপ্ৰ তথ্য নগাঁও, দেশ ...
নগাঁও | |
---|---|
— চহৰ — | |
Nagaon.jpg | |
ভৌগোলিক স্থানাংক: 26.3503828°N 92.6795912°E / 26.3503828; 92.6795912 | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
জিলা | নগাঁও |
প্ৰতিষ্ঠাপক | মোমাই তামুলী |
Named for | নতুন গাওঁ |
সময় অঞ্চল | ভা মা স (গ্ৰী.মা.স.+5:30) |
পিন | ৭৮২০০১ ৰ পৰা ৭৮২০০৩ লৈ |
দূৰভাষ সংকেত | ৯১-৩৬৭২ |
যানবাহনৰ নম্বৰ | AS 02 - |
ৱেবছাইট | nagaon |
বন্ধ কৰক
নগাঁও জিলা দুটা মহকুমা― নগাঁও সদৰ আৰু কলিয়াবৰেৰে গঠিত।