মেচেকা
From Wikipedia, the free encyclopedia
মেচেকা (ইংৰাজী: Fishing cat, বৈজ্ঞানিক নাম-Prionailurus viverrinus) এবিধ মেকুৰী জাতীয় জন্তু। ইয়াক নামনি অসমত মাছপইতা আৰু জিনাৰ বুলি কয়। মাছ ইয়াৰ প্ৰধান খাদ্য বাবেই এনে নাম দিয়া হৈছে।[উদ্ধৃতিৰ প্ৰয়োজন]
এই প্ৰাণী বিষয়ক চমু প্ৰবন্ধটোক বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব। |