মালালা ইউছুফজাই
From Wikipedia, the free encyclopedia
মালালা ইউছুফজাই (ইংৰাজী: Malala Yousafzai জন্ম: ১২ জুলাই ১৯৯৭)[1]ক নাৰী অধিকাৰৰ বাবে কাম কৰাৰ বাবে জনা যায়। তেওঁ পাকিস্তানৰ খাইবাৰ-পাখতুনখোৱা প্ৰান্তৰ স্বাত জিলাত অৱস্থিত মিঙ্গ'ৰা চহৰৰ এগৰাকী ছাত্ৰী।[4][5] ১৩ বছৰ বয়সতে তেওঁ তাহৰিক-এ-তালিবান শাসনৰ অত্যাচাৰৰ বিষয়ে "গুল মাকাই" ছদ্ম নাম লৈ "বিবিচি"ৰ বাবে ব্লগিঙৰ দ্বাৰা স্বাতৰ লোকৰ মাজত নায়িকা হৈ পৰে। অক্টোবৰ ২০১২ত মাত্ৰ ১৪ বছৰ বয়সত নিজৰ উদাৰবাদী প্ৰয়াসৰ কাৰণত তেওঁ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ চিকাৰ হয়, যাৰ দ্বাৰা তেওঁ গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত হয় আৰু আন্তঃৰাষ্ট্ৰীয় মিডিয়াত আকৰ্ষণ স্বৰূপ হৈ পৰে। ২০১৪ চনৰ ১০ অক্টোবৰত মালালাই কৈলাশ সত্যাৰ্থীৰ সৈতে যুটীয়াভাৱে শান্তিৰ নোবেল বঁটা লাভ কৰে।[6]
ক্ষিপ্ৰ তথ্য মালালা ইউছুফজাই ملالہ یوسفزئی, জন্ম ...
মালালা ইউছুফজাই ملالہ یوسفزئی | |
---|---|
জন্ম | ১২ জুলাই, ১৯৯৭ (২৬ বছৰ)[1][2] |
ৰাষ্ট্ৰীয়তা | পাকিস্তানী |
অন্য নাম | গুল মাকাই |
বংশদ্ভূত | পেছতুন[3] |
জনা যায় | মহিলা অধিকাৰ কাৰ্যকৰ্তা, শিক্ষাবিদ |
গৃহস্থান | মিঙ্গ'ৰা, খাইবাৰ-পাখতুনখোৱা, পাকিস্তান |
ধৰ্ম | ইছলাম |
পিতৃ-মাতৃ | জীয়াউদ্দীন ইউছুফজাই (পিতৃ) |
বঁটা, সন্মান, পুৰস্কাৰ আদি | ন'বেল শান্তিৰ পুৰস্কাৰ আন্তঃৰাষ্ট্ৰীয় বল শান্তি পুৰস্কাৰ পাকিস্তানৰ ৰাষ্ট্ৰীয় যুৱ শান্তি পুৰস্কাৰ (2011) |
বন্ধ কৰক