কৈলাস সত্যাৰ্থী
From Wikipedia, the free encyclopedia
কৈলাস সত্যাৰ্থী (ইংৰাজী: Kailash Satyarthi; জন্ম: ১১ জানুৱাৰী ১৯৫৪) ভাৰতৰ এজন শান্তিৰ ন'বেল বঁটা বিজয়ী সক্ৰিয় শিশু অধিকাৰ কৰ্মী।[1] ১৯৮০ চনত তেওঁ ‘বচপন বচাও আন্দোলন’ আৰম্ভ কৰি প্ৰায় ৮০,০০০ শিশুৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ কাম কৰি আহিছে।[3][4]
ক্ষিপ্ৰ তথ্য কৈলাস সত্যাৰ্থী, জন্ম ...
কৈলাস সত্যাৰ্থী | |
---|---|
জন্ম | ১১ জানুৱাৰী, ১৯৫৪ (৭০ বছৰ) বিদিশা, মধ্য প্ৰদেশ, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষা | অভিযান্ত্ৰিকী |
পেচা | শিশু অধিকাৰ আৰু বাল্যশিক্ষা কৰ্মী |
ধৰ্ম | হিন্দু[1] |
বঁটা, সন্মান, পুৰস্কাৰ আদি | শান্তিৰ ন'বেল বঁটা, ২০১৪[2] Robert F. Kennedy Human Rights Award Medal of the Italian Senate Alfonso Comin International Award International Peace Prize, Germany Defenders of Democracy Award |
ৱেবছাইট | |
kailashsatyarthi.net |
বন্ধ কৰক
২০১৪ চনত তেওঁক পাকিস্তানী সমাজকৰ্মী মালালা ইউছুফজাইৰ সৈতে যুটীয়াভাৱে “শিশু অৱদমনৰ বিৰুদ্ধে আৰু সকলো শিশুৰ শিক্ষাৰ অধিকাৰৰ হকে কৰি অহা সংগ্ৰামৰ বাবে” শান্তিৰ ন'বেল বঁটাৰে সন্মানিত কৰা হয়।[5][6]