মহেন্দ্ৰ বৰা
কবি-সাহিত্যিক, প্ৰবন্ধকাৰ, শিক্ষাবিদ আৰু সমালোচক / From Wikipedia, the free encyclopedia
মহেন্দ্ৰ বৰা (ইংৰাজী: Mahendra Bora) এজন অসমীয়া কবি-সাহিত্যিক, প্ৰবন্ধকাৰ, শিক্ষাবিদ আৰু সমালোচক। ১৯৮৭ চনত তেখেতে অসম সাহিত্য সভাৰ পাঠশালা অধিবেশনৰ সভাপতিৰ আসন অলঙ্কৃত কৰিছিল[1]।