ভালুক
From Wikipedia, the free encyclopedia
ভালুক (ইংৰাজী: Bear) হ'ল আৰ্ছিডি পৰিয়ালৰ অন্তৰ্গত এবিধ স্তন্যপায়ী প্ৰাণী। ভালুকবোৰ মাংসভোজী প্ৰাণী। বৰ্তমান পৃথিৱীত মাত্ৰ আঠটা প্ৰজাতিৰ ভালুক উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ইউৰোপ, আৰু এচিয়া মহাদেশত দেখা পোৱা যায়।
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
ক্ষিপ্ৰ তথ্য জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন, গণ ...
ভালুক জীৱাশ্ম কাল: ৩৮–০ নিযুত বছৰ প্ৰিকে
কেম
অ
ছি
ডে
কা
পা
ট্ৰি
জু
ক্ৰি
পে
নি
| |
---|---|
ভালুক, Ursus arctos in নৰৱে | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Mammalia |
বৰ্গ: | Carnivora |
উপবৰ্গ: | Caniformia |
পৰিয়াল: | Ursidae জি. ফিচাৰ ভন ৱাল্ডহেইম, ১৮১৭ |
গণ | |
|
বন্ধ কৰক