বৰমূগী হাঁহ
এবিধ হাঁহৰ প্ৰজাতি / From Wikipedia, the free encyclopedia
বৰমূগী হাঁহ বা খদাহাঁহ(ইংৰাজী: Indian Spot-billed Duck, বৈজ্ঞানিক নাম-Anas poecilorhyncha) বিষূৱীয় অঞ্চল সমূহত প্ৰজনন কৰা এবিধ হাঁহৰ প্ৰজাতি৷ ইয়াক প্ৰধানত: এছিয়া মহাদেশত দেখা পোৱা যায়৷
ক্ষিপ্ৰ তথ্য বৰমূগী হাঁহ বা খদাহাঁহ, সংৰক্ষণ স্থিতি ...
বৰমূগী হাঁহ বা খদাহাঁহ | |
---|---|
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এটা খদাহাঁহ (A. p. poecilorhyncha) | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | চৰাই |
বৰ্গ: | Anseriformes |
পৰিয়াল: | Anatidae |
উপপৰিয়াল: | Anatinae |
গণ: | Anas |
প্ৰজাতি: | A. poecilorhyncha |
বৈজ্ঞানিক নাম | |
Anas poecilorhyncha Forster, 1781 | |
Subspecies | |
|
বন্ধ কৰক