বোকাখাত
From Wikipedia, the free encyclopedia
"বোকাখাত" নামৰ পৃষ্ঠাই ইয়ালৈ পুনৰ্নিদেশ কৰিছে। মহকুমাৰ বিষয়েৰ বাবে, বোকাখাত মহকুমা চাওক।
বোকাখাত (ইংৰাজী: Bokakhat)(IPA: ˌbəʊkəˈkɑːt) অসমৰ গোলাঘাট জিলাত অৱস্থিত এখন নগৰ৷ [1]
ক্ষিপ্ৰ তথ্য বোকাখাত, দেশ ...
বোকাখাত | |
---|---|
— নগৰ — | |
ভৌগোলিক স্থানাংক: 26.63°N 93.6°E / 26.63; 93.6 | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
জিলা | গোলাঘাট জিলা |
উচ্চতা | ৭৬ মিটাৰ (২৪৯.৩৪ ফুট) |
জনসংখ্যা (২০০১) | |
- মুঠ | ৮,৮৪৪ জন |
ভাষা | |
- চৰকাৰী | অসমীয়া |
সময় অঞ্চল | ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30) |
PIN | 785612 |
Telephone code | (91)3776 |
ৱেবছাইট | www |
বন্ধ কৰক