থাইলেণ্ড
From Wikipedia, the free encyclopedia
থাইলেণ্ড (/ˈtaɪlænd/ ty-land বা /ˈtaɪlənd/ ty-lənd;[7] থাই: ประเทศไทย), চৰকাৰী নাম Kingdom of Thailand (থাই: ราชอาณาจักรไทย;), সাধাৰণতে চিয়াম দেশ বুলি কোৱা হয় (থাই: สยาม), দক্ষিণপূৱ এচিয়াৰ এখন দেশ। ইয়াৰ উত্তৰে মানদেশ আৰু লাউচ, পূৱত লাউচ আৰু কম্বোডিয়া, দক্ষিণে থাইলেণ্ড উপসাগৰ আৰু মালয়েছিয়া, আৰু পশ্চিমত আন্দামান সাগৰ আছে।
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
ক্ষিপ্ৰ তথ্য কিংডম অৱ থাইলেণ্ডราชอาณาจักรไทยRatcha Anachak Thai, বৃহত্তম নগৰ ...
কিংডম অৱ থাইলেণ্ড ราชอาณาจักรไทย Ratcha Anachak Thai |
||||||
---|---|---|---|---|---|---|
নীতিবাক্য (বেচৰকাৰী) ชาติ ศาสนา พระมหากษัตริย์ চাত, ছাছানা, ফ্ৰা মাহা কাছাত "ৰাষ্ট্ৰ, ধৰ্ম, ৰজা" |
||||||
ৰাষ্ট্ৰীয় সঙ্গীত ফলাং চাত থাই থাই ৰাষ্ট্ৰীয় সঙ্গীত (instrumental) ৰাজকীয় সঙ্গীত থাই ৰাজকীয় সঙ্গীত:ছানচয়েন ফ্ৰা বাৰেমি তেওঁৰ খ্যাতিক মহিমামণ্ডিত কৰক |
||||||
ASEAN (ডাঠ সেউজীয়া) আৰু এচিয়াত (পাতল সেউজীয়া) থাইলেণ্ডৰ অৱস্থান
|
||||||
ৰাজধানী | বেংকক 13°45′N 100°29′E | |||||
বৃহত্তম নগৰ | ৰাজধানী | |||||
ৰাষ্ট্ৰভাষা (সমূহ) | থাই[1] | |||||
চৰকাৰী লিপি | থাই বৰ্ণমালা | |||||
জনগোষ্ঠীসমূহ (2009[2]) | ||||||
জাতীয়তাসূচক বিশেষণ | Thai | |||||
চৰকাৰ | Constitutional monarchy administered by military junta | |||||
- | Monarch | Bhumibol Adulyadej | ||||
- | Prime Minister | Prayut Chan-o-cha | ||||
গঠন | ||||||
- | Sukhothai Kingdom | 1238–1448 | ||||
- | Ayutthaya Kingdom | 1351–1767 | ||||
- | Thonburi Kingdom | 1768–1782 | ||||
- | Rattanakosin Kingdom | 6 April 1782 | ||||
- | Constitutional monarchy | 24 June 1932 | ||||
- | Current Constitution | 22 July 2014 | ||||
মাটিকালি | ||||||
- | মুঠ | ৫,১৩,১২০ বৰ্গ কিমি (51st) ১,৯৮,১১৫ বৰ্গ মাইল |
||||
- | জলভাগ (%) | ০.৪ (২,২৩০ km২) | ||||
জনসংখ্যা | ||||||
- | 2013 আনুমানিক | ৬,৬৭,২০,১৫৩'"`UNIQ--ref-০০০০০০০৫-QINU`"' (২০th) | ||||
- | ২০১০ লোকপিয়ল | ৬,৪৭,৮৫,৯০৯'"`UNIQ--ref-০০০০০০০৬-QINU`"' | ||||
জিডিপি (পিপিপি) | 2013 আনুমানিক | |||||
- | মুঠ | $964.500 billion[6] | ||||
- | জনমুৰি | US$14,136[6] | ||||
জিডিপি (নামমাত্ৰ) | 2013 আনুমানিক | |||||
- | মুঠ | US$387.253 billion[6] | ||||
- | জনমুৰি | US$5,675[6] | ||||
জিনি সহগ? (2010) | 42.5 | |||||
মানৱ উন্নয়ন সূচক (2013) | 0.722 (89th) | |||||
মুদ্ৰা | Baht (฿) (THB ) |
|||||
সময় অঞ্চল | ICT (ইউটিচি+7) | |||||
গাড়ী চলোৱা হয় | left | |||||
ইণ্টাৰনেট টিএলডি |
|
|||||
কলিং ক'ড | ++66 |
বন্ধ কৰক