ডিম্বেশ্বৰ নেওগ
From Wikipedia, the free encyclopedia
ডিম্বেশ্বৰ নেওগ (ইংৰাজী: Dimbeswar Neog) (১৮৯৯ -১৯৬৬) অসমৰ এগৰাকী প্ৰসিদ্ধ কবি, প্ৰবন্ধকাৰ, ঔপন্যাসিক, ভাষা সাহিত্যৰ গৱেষক, নাট্যকাৰ, সমালোচক আৰু শিক্ষক আছিল।[1][2] মূলতঃ অসমীয়া ভাষাত সাহিত্য ৰচনা বাদেও তেখেতে ইংৰাজী ভাষাতো গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। ১৯৬৫ চনৰ অসম সাহিত্য সভাৰ নলবাৰীত অনুষ্ঠিত অধিবেশনৰ সভাপতিত্ব কৰাৰ লগতে অসম সাহিত্য সভা পত্ৰিকাৰ সম্পাদক পদটো তেখেত নিয়োজিত হৈছিল। তেখেতক অসমীয়া সাহিত্যত ইন্দ্ৰধেনুৰ কবি বুলিও জনা যায়।[3]
ক্ষিপ্ৰ তথ্য ডিম্বেশ্বৰ নেওগ, জন্ম ...
ডিম্বেশ্বৰ নেওগ | |
---|---|
জন্ম | ৭ আগষ্ট, ১৮৯৯ কমাৰদফীয়া গাঁও, শিৱসাগৰ, অসম |
মৃত্যু | ১১ নৱেম্বৰ, ১৯৬৬ (৬৭ বছৰ) |
পেচা | সাহিত্যিক, সাহিত্য গৱেষক, সমালোচক আৰু শিক্ষক |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰত |
সাহিত্যিক বিপ্লৱ | অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলন |
দাম্পত্যসংগী | আজলীতৰা নেওগ |
সন্তান | ৭ (সাত) |
আত্মীয়-স্বজন | মাণিক চন্দ্ৰ নেওগ (পিতৃ) চন্দ্ৰপ্ৰভা নেওগ (মাতৃ) বেণুধৰ ৰাজখোৱা (শহুৰ) |
ৱেবছাইট | dimbeswarneog |
বন্ধ কৰক