জহামাল
From Wikipedia, the free encyclopedia
জহামাল (ইংৰাজী: Asian Palm Civet, বৈজ্ঞানিক নাম-Paradoxurus hermaphroditus) এবিধ দক্ষিণ আৰু দক্ষিণ পূৱ এছিয়াত পোৱা জন্তু। ভয় খালে ই এবিধ গোন্ধ যুক্ত ৰাসায়নিক দ্ৰব্য নিসৰণ কৰে। এই দ্ৰব্যৰ গোন্ধ জহা চাউলৰ গোন্ধৰ দৰে হোৱা বাবে ইয়াৰ নাম জহামাল। ই বিভিন্ন পৰিবেশত নিজকে খাপ খুৱাই লব পাৰে বাবে IUCN সংস্থাই ইয়াক বিপদমুক্ত(Least Concern) বুলি থিৰ কৰিছে। ইয়াক এটা বৃস্তিত পৰিসৰত যঠেষ্ট পৰিমাণে পোৱা যায় বাবে ২০০৮ চনত ইয়াৰ সংখ্যা হ্যাস নাই পোৱা বুলি ভবা হয়।[1] চোৰাং চিকাৰ আৰু বণ্য প্ৰাণীৰ বেআইনী বেহাৰ কবলত পৰি ইণ্ডোনেছিয়াত ইয়াৰ স্থিতি বিপদাপন্ন হৈছে। তাত ইয়াক কিনোতাই জহামাল কফি(Kopi luwak)ৰ ফচল বৃদ্ধিৰ বাবে ব্যবহাৰ কৰে।[3]
এই প্ৰাণী বিষয়ক চমু প্ৰবন্ধটোক বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব। |
ক্ষিপ্ৰ তথ্য জহামাল, সংৰক্ষণ স্থিতি ...
জহামাল | |
---|---|
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
বৰ্গ: | Carnivora |
উপবৰ্গ: | Feliformia |
পৰিয়াল: | Viverridae |
গণ: | Paradoxurus |
প্ৰজাতি: | Hermaphroditus[2] |
জহামাল পোৱা ঠাই সমুহ। প্ৰাকৃতিক বাসস্থান সমূহ সেউজীয়া ৰঙেৰে আৰু সংস্থাপিত অঞ্চল ৰঙা ৰঙেৰে দেখুওৱা হৈছে। |
বন্ধ কৰক