চচমা-চকুৱা বান্দৰ
বান্দৰৰ প্ৰজাতি / From Wikipedia, the free encyclopedia
চচমা-চকুৱা বান্দৰ (ইংৰাজী: Phayre's leaf monkey) দক্ষিণ এছিয়াত বিস্তৃত হৈ থকা এবিধ বান্দৰৰ প্ৰজাতি৷ এই প্ৰাণীবিধ সম্পৰ্কে বৈজ্ঞানিক তথ্য এতিয়াও সীমিত৷ এই প্ৰজাতিটোৰ চকুৰ চাৰিওদিশে থকা বগা আঁকটো চছমাৰ দৰে দেখা যায় বাবে ইয়াক চচমা-চকুৱা বান্দৰ বুলি অভিহিত কৰা হয়৷ চোৰাংচিকাৰ আৰু বনাঞ্চল ধ্বংসৰ বাবে এই আপুৰুগীয়া প্ৰাণীবিধৰ সংখ্যা দিনে দিনে হ্ৰাস পাই আহিছে৷
ক্ষিপ্ৰ তথ্য চচমা-চকুৱা বান্দৰ (Phayre's leaf monkey), সংৰক্ষণ স্থিতি ...
চচমা-চকুৱা বান্দৰ (Phayre's leaf monkey)[1] | |
---|---|
চচমা-চকুৱা বান্দৰ | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Mammalia |
বৰ্গ: | Primates |
পৰিয়াল: | Cercopithecidae |
গণ: | Trachypithecus |
প্ৰজাতি: | T. phayrei |
বৈজ্ঞানিক নাম | |
Trachypithecus phayrei (Blyth, 1847) | |
চচমা-চকুৱা বান্দৰৰ বিতৰণ |
বন্ধ কৰক