গৰাল
From Wikipedia, the free encyclopedia
গৰাল (ইংৰাজী: Himalayan goral, বৈজ্ঞানিক নাম-Naemorhedus goral) হিমালয়ৰ থিয় পাহাৰীয়া অঞ্চলত দেখা পোৱা ছাগলীজাতীয় (bovid) প্ৰাণী৷ আই.ইউ.চি.এনৰ ৰঙা তালিকাত এই প্ৰাণীবিধক সংকটাপন্ন (Near Threatened) বুলি আখ্যা দিয়া হৈছে৷ এই প্ৰাণীবিধৰ চোৰাং চিকাৰ আৰু বনাঞ্চল ধবংসৰ প্ৰভাৱতে এই ভাবুকিৰ সন্মুখীন হৈছে বুলি জনা গৈছে৷ [2]
ক্ষিপ্ৰ তথ্য গৰাল (Himalayan Goral), সংৰক্ষণ স্থিতি ...
গৰাল (Himalayan Goral)[1] | |
---|---|
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Mammalia |
বৰ্গ: | Artiodactyla |
পৰিয়াল: | Bovidae |
গণ: | Naemorhedus |
প্ৰজাতি: | N. goral |
বৈজ্ঞানিক নাম | |
Naemorhedus goral (Hardwicke, 1825) | |
Range map |
বন্ধ কৰক