কংগো গণৰাজ্য
From Wikipedia, the free encyclopedia
কংগো গণৰাজ্য বা কঙ্গো গণৰাজ্য হৈছে মধ্য আফ্ৰিকাৰ পশ্চিম উপকূলত অৱস্থিত এখন দেশ। দেশখনক কংগো-ব্ৰাজাভিল, কংগো ৰিপাব্লিক বা কেৱল কংগো বুলিও জনা যায়। গেবন দেশখনৰ পশ্চিমে, কেমেৰুন উত্তৰ-পশ্চিমে আৰু মধ্য আফ্ৰিকান গণৰাজ্য উত্তৰ-পূবত, কঙ্গো গণতান্ত্ৰিক দক্ষিণ-পূবত, আংগলাৰ ছিটমহল কেবিণ্ডাৰ দক্ষিণ-পশ্চিমে, আৰু আটলাণ্টিক মহাসাগৰ দক্ষিণ-পশ্চিমত অৱস্থিত। দীৰ্ঘদিন ধৰি ফ্ৰান্সৰ উপনিবেশ হৈ থকা ফৰাচী হৈছে কঙ্গো গণৰাজ্যৰ চৰকাৰী ভাষা।
ক্ষিপ্ৰ তথ্য ৰাষ্ট্ৰভাষা (সমূহ), জাতীয়তাসূচক বিশেষণ ...
ৰিপাব্লিক অফ দ্য কঙ্গো
|
||||||
---|---|---|---|---|---|---|
নীতিবাক্য "Unité, Travail, Progrès" (French) (ইংৰাজী: "Unity, Work, Progress") (অসমীয়া: "একতা, কাৰ্য, প্ৰগতি") |
||||||
ৰাষ্ট্ৰীয় সঙ্গীত La Congolaise (French) Besi Kôngo (Kongo) (ইংৰাজী: "The Congolese") |
||||||
[[Image: |250px |center |কঙ্গো গণৰাজ্য-ৰ অৱস্থান]] | ||||||
ৰাজধানী (আৰু বৃহত্তম নগৰ) | Brazzaville | |||||
ৰাষ্ট্ৰভাষা (সমূহ) | ফৰাচী | |||||
স্বীকৃত ৰাষ্ট্ৰীয় ভাষাসমূহ |
|
|||||
জনগোষ্ঠীসমূহ |
|
|||||
জাতীয়তাসূচক বিশেষণ | Congolese | |||||
চৰকাৰ | Unitary dominant-party semi-presidential republic | |||||
- | President | Denis Sassou Nguesso | ||||
- | Prime Minister | Anatole Collinet Makosso | ||||
Independence | ||||||
- | Republic established | 28 November 1958 | ||||
- | from France | 15 August 1960 | ||||
মাটিকালি | ||||||
- | মুঠ | ৩,৪২,০০০ বৰ্গ কিমি (64th) ১,৩২,০৪৭ বৰ্গ মাইল |
||||
- | জলভাগ (%) | ৩.৩ (১১,২৮৬ বৰ্গ কিমি) | ||||
জনসংখ্যা | ||||||
- | 2021 আনুমানিক | ৫৬,৫৭,০০০ (১১৪th) | ||||
জিডিপি (পিপিপি) | 2022 আনুমানিক | |||||
- | মুঠ | $25.897 billion | ||||
- | জনমুৰি | $4,578[2] | ||||
জিডিপি (নামমাত্ৰ) | 2022 আনুমানিক | |||||
- | মুঠ | $18.345 billion | ||||
- | জনমুৰি | $3,243[2] | ||||
জিনি সহগ? (2011) | 40.2 | |||||
মানৱ উন্নয়ন সূচক (2019) | 0.574 (149th) | |||||
মুদ্ৰা | Central African CFA franc (XAF ) |
|||||
সময় অঞ্চল | WAT (ইউটিচি+1) | |||||
তাৰিখ বিন্যাস | dd/mm/yyyy | |||||
গাড়ী চলোৱা হয় | right | |||||
ইণ্টাৰনেট টিএলডি | .cg | |||||
কলিং ক'ড | ++242 |
বন্ধ কৰক