কেদাৰনাথ সিং
From Wikipedia, the free encyclopedia
কেদাৰনাথ সিং (ইংৰাজী: Kedarnath Singh; জন্ম: ৭ জুলাই, ১৯৩৪ - মৃত্যু: ১৯ মাৰ্চ, ২০১৮) এজন ভাৰতীয় কবি। তেওঁ হিন্দী ভাষাত লিখে।[1] তেওঁ এজন প্ৰসিদ্ধ সমালোচক আৰু প্ৰাৱন্ধিকো। ২০১৩ চনত তেওঁ জ্ঞানপীঠ বঁটা আৰু তেওঁৰ কাব্য সংকলন 'অকাল ম্যে সাৰস' (ক্ৰেইনচ্ ইন ড্ৰৱ্ট)ৰ বাবে হিন্দীত সাহিত্য অকাডেমি বঁটা লাভ কৰে।
ক্ষিপ্ৰ তথ্য কেদাৰনাথ সিং, জন্ম ...
কেদাৰনাথ সিং | |
---|---|
কেদাৰনাথ সিং | |
জন্ম | ০৭ জুলাই, ১৯৩৪ চাকিয়া, বাৰানসী, ব্ৰিটিছ ইণ্ডিয়া |
মৃত্যু | ১৯ মাৰ্চ, ২০১৮ (৮৩ বছৰ) নতুন দিল্লী, ভাৰত |
পেচা | কবি |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
উল্লেখযোগ্য বঁটা |
|
বন্ধ কৰক