হাজৰিকা
From Wikipedia, the free encyclopedia
হাজৰিকা বা ৰুৰিঙ (ইংৰাজী: Hazarika) হৈছে আহোম ৰাজ্যৰ আহোম সেনাবাহিনীৰ পাইক কৰ্মচাৰী।[1]। তেওঁলোকৰ বংশধৰ সকলে ইয়াক এটা উপাধি হিচাপে বৰ্তমান ব্যৱহাৰ কৰে।