মৰিগাঁও জিলা
ভাৰতৰ অসম ৰাজ্যৰ এখন জিলা / From Wikipedia, the free encyclopedia
মৰিগাঁও জিলা ভাৰতৰ অসম ৰাজ্যৰ ৩৫খন জিলাৰ ভিতৰত এখন। ইয়াৰ সদৰ স্থানৰ নামও মৰিগাঁও। পূৰ্বতে মৰিগাঁও নগাঁও জিলাৰ অন্তৰ্গত আছিল। ১৯৮৯ চনত ইয়াক এক সুকীয়া জিলাৰূপে স্বীকৃতি দিয়া হয়। সমগ্ৰ অসম তথা উত্তৰপূৰ্বাঞ্চল বিখ্যাত জোনবিল মেলা এই জিলাতে অনুষ্ঠিত হয়। পবিতৰা অভয়াৰণ্যৰ বাবেও মৰিগাঁও জিলা জনাজাত।[1]
ক্ষিপ্ৰ তথ্য মৰিগাঁও জিলা, দেশ ...
মৰিগাঁও জিলা | |
---|---|
— জিলা — | |
অসমৰ মানচিত্ৰত মৰিগাঁও জিলাৰ অৱস্থান | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
সদৰ | মৰিগাঁও |
মাটিকালি | |
- মুঠ | ১,৫৫০ কি.মি.২ (৫৯৮.৫ বৰ্গ মাইল) |
জনসংখ্যা (২০১১) | |
- মুঠ | ৯,৫৭,৮৫৩ জন |
সময় অঞ্চল | IST (গ্ৰী.মা.স.+5:30) |
ৱেবছাইট | www.morigaon.nic.in |
বন্ধ কৰক