মুদ্ৰা
যিকোনো বস্তু বা সামগ্ৰীৰ দাম প্ৰকাশৰ মাধ্যম / From Wikipedia, the free encyclopedia
এই প্ৰবন্ধটোক প্ৰচলিত মুদ্ৰা (চলাৰ্থ) নামৰ প্ৰবন্ধৰ সৈতে খেলি-মেলি নকৰে যেন।
অৰ্থব্যৱস্থাত মুদ্ৰাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যিকোনো বস্তু বা সামগ্ৰীৰ দাম মুদ্ৰাৰ মানত প্ৰকাশ কৰা হয়। সকলো বাণিজ্যিক লেনদেন মুদ্ৰাৰ মাধ্যমৰে সাধিত হয়।[1][2][3]