ভেঁকুৰ
From Wikipedia, the free encyclopedia
ভেঁকুৰ (লেটিন: Fungus ) ক বহুবচনত fungi বোলে। 'fungi' শব্দটো লেটিন শব্দ,ইয়াৰ অৰ্থ হ'ল "বেংছতা"(mushroom)। বিজ্ঞানৰ যি শাখাত ভেঁকুৰ সম্বন্ধে চৰ্চা আৰু গৱেষণা কৰা হয় তাক মাইক'ল'জি (mycology) বোলে। এই শাখাৰ বিশেষজ্ঞজনক মাইক'ল'জিষ্ট (mycologist) বোলে। মাইক'ল'জিৰ প্ৰতিষ্ঠাপক হ'ল -ইটালিৰ উদ্ভিদ বিজ্ঞানী পিয়েৰ এণ্টনিঅ' মাইকেলি(১৭২৯ চনত)। ভেঁকুৰ হ'ল উদ্ভিদজগতৰ অন্তৰ্গত ক্লৰ'ফিলবিহীন আৰু প্ৰকৃত কোষকেন্দ্ৰযুক্ত সৰল প্ৰকৃতিৰ জীৱ। ভেঁকুৰৰ দেহটো উচ্চশ্ৰেণীৰ উদ্ভিদৰ দৰে কাণ্ড,পাত আৰু মূলত বিভক্ত নহয়। ইহঁতৰ দেহটোক সমকায় (thallus) বোলে। [2]।
ক্ষিপ্ৰ তথ্য জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন, Subkingdoms/Phyla/Subphyla ...
ভেঁকুৰ (Fungi) জীৱাশ্ম কাল: প্ৰাৰম্ভিক ডেভ'নিয়ান–শেহতীয়া ৪১০–০ নিযুত বছৰ প্ৰিকে
কেম
অ
ছি
ডে
কা
পা
ট্ৰি
জু
ক্ৰি
পে
নি
| |
---|---|
Clockwise from top left: Amanita muscaria, a basidiomycete; Sarcoscypha coccinea, an ascomycete; bread covered in mold; a chytrid; an Aspergillus conidiophore. | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Eukaryota |
(অশ্ৰেণীকৃত): | Opisthokonta |
জগৎ/ৰাজ্য: | Fungi (L., 1753) R.T. Moore, 1980 |
Subkingdoms/Phyla/Subphyla[1] | |
Dikarya (inc. Deuteromycota)
Subphyla incertae sedis
|
বন্ধ কৰক