বসুধৈৱ কুটুম্বকম্From Wikipedia, the free encyclopedia বসুধৈৱ কুটুম্বকম্ হিন্দু ধৰ্মৰ পুথি মহা উপনিষদত পোৱা এটা সংস্কৃত বাক্যাংশ যাৰ অৰ্থ "পৃথিৱীখন এটা পৰিয়াল"।[2] বৈদিক পৰম্পৰাত "বসুধৈৱ কুটুম্বকম"ৰ উল্লেখ আছে যি পৃথিৱীৰ সকলো জীৱ এক পৰিয়ালৰে বুজায়। মহা উপনিষদৰ "পৃথিৱীখন এটা পৰিয়াল" বাক্যাংশ ভাৰতৰ সংসদৰ প্ৰৱেশ কোঠাত খোদিত কৰা আছে।[1]
বসুধৈৱ কুটুম্বকম্ হিন্দু ধৰ্মৰ পুথি মহা উপনিষদত পোৱা এটা সংস্কৃত বাক্যাংশ যাৰ অৰ্থ "পৃথিৱীখন এটা পৰিয়াল"।[2] বৈদিক পৰম্পৰাত "বসুধৈৱ কুটুম্বকম"ৰ উল্লেখ আছে যি পৃথিৱীৰ সকলো জীৱ এক পৰিয়ালৰে বুজায়। মহা উপনিষদৰ "পৃথিৱীখন এটা পৰিয়াল" বাক্যাংশ ভাৰতৰ সংসদৰ প্ৰৱেশ কোঠাত খোদিত কৰা আছে।[1]