দেও ছাগলী
From Wikipedia, the free encyclopedia
দেও ছাগলী (ইংৰাজী: mainland serow, বৈজ্ঞানিক নাম-Capricornis milneedwardsii)এবিধ 'goat antelope' ৰ প্ৰজাতি৷ ইয়াক চীন আৰু দক্ষিণ-পূব এছিয়া ত স্থানীয় ভাৱে দেখিবলৈ পোৱা যায়৷
এইটো এটা অনূদিত বা অনুবাদ চলি থকা প্ৰবন্ধ। ইয়াৰ তাৎপৰ্য্য কেইবাটাও হ'ব পাৰে। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
ওপৰত দিয়াৰ দৰে বিভিন্ন কাৰণত অনুবাদ প্ৰবন্ধ এটা দেখাত আপচু বা চুটি দেখা যাব পাৰে। লগতে প্ৰবন্ধত সম্পূৰ্ণ তথ্য নাথাকিবও পাৰে। আধৰুৱা তথ্য ক্ষতিকাৰক হ'ব পাৰে। সেয়ে এনে প্ৰবন্ধ পঢ়োঁতে পঢ়ুৱৈক নিজৰ বিবেক ব্যৱহাৰ কৰি প্ৰয়োজন হ'লে আমাৰ ৱিকিপিডিয়াতে ক্ষান্ত নাথাকি মূল প্ৰবন্ধটোও বিচাৰি পঢ়ি ল'বলৈ অনুৰোধ কৰা হ'ল। লগতে অনুবাদকসকলকো সাবধান হ'বলৈ অনুৰোধ কৰা হ'ল। |
ক্ষিপ্ৰ তথ্য দেও ছাগলী (Mainland serow), সংৰক্ষণ স্থিতি ...
দেও ছাগলী (Mainland serow) | |
---|---|
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Mammalia |
বৰ্গ: | Artiodactyla |
পৰিয়াল: | Bovidae |
উপপৰিয়াল: | Caprinae |
গণ: | Capricornis |
প্ৰজাতি: | C. milneedwardsii |
বৈজ্ঞানিক নাম | |
Capricornis milneedwardsii David, 1869 |
বন্ধ কৰক