ঢেঁৰা
From Wikipedia, the free encyclopedia
ঢেঁৰা[2] বা ভেলা (ইংৰাজী: Spot-billed Pelican, বৈজ্ঞানিক নাম: Pelecanus philippensis), 'পেলিকান' গোটৰ এবিধ জলচৰ চৰাইৰ প্ৰজাতি। ই প্ৰধানকৈ দক্ষিণ এছিয়াৰ পাকিস্তান, ভাৰতৰ পৰা ইণ্ডোনেছিয়া পৰ্যন্ত প্ৰজনন কৰে বুলি জনা যায়। এই চৰাইবিধে সাধাৰণতে নদী আৰু সাগৰৰ বৃহৎ জলাশয়ত বাস কৰে।
ক্ষিপ্ৰ তথ্য ঢেঁৰা (Spot-billed Pelican), সংৰক্ষণ স্থিতি ...
ঢেঁৰা (Spot-billed Pelican) | |
---|---|
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Pelecaniformes |
পৰিয়াল: | Pelecanidae |
গণ: | Pelecanus |
প্ৰজাতি: | P. philippensis |
বৈজ্ঞানিক নাম | |
Pelecanus philippensis Gmelin, 1789 |
বন্ধ কৰক