টাঞ্জানিয়া
পূব আফ্ৰিকাৰ দেশ / From Wikipedia, the free encyclopedia
টাঞ্জানিয়া (ইংৰাজী: Tanzania; চৰকাৰীভাৱে সংযুক্ত গণতান্ত্ৰিক টাঞ্জানিয়া) হৈছে পূৱ আফ্ৰিকাৰ এখন দেশ। ইয়াৰ উত্তৰে উগাণ্ডা; উত্তৰ-পূৱত কেনিয়া; পূবে ভাৰত মহাসাগৰ, দক্ষিণে মোজাম্বিক আৰু মালাৱি; দক্ষিণ-পশ্চিমে জাম্বিয়া; ৰুৱাণ্ডা, পশ্চিমে বুৰুণ্ডি আৰু কংগো গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ। মাউণ্ট কিলিমাঞ্জাৰো, আফ্ৰিকাৰ সৰ্বোচ্চ পৰ্বতখন উত্তৰ-পূব টাঞ্জানিয়াত অৱস্থিত।[1]
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |