জাপানীজ য়েন
From Wikipedia, the free encyclopedia
জাপানীজ য়েন (円 বা 圓, চিহ্ন: ¥; কোড: JPY?) হৈছে জাপানৰ আনুষ্ঠানিক মুদ্ৰা। বৈদেশিক মুদ্ৰা বজাৰত হোৱা বিনিময়ৰ ভিত্তিত আমেৰিকান ডলাৰ আৰু ইউৰোৰ স্থান ক্ৰমে প্ৰথম আৰু দ্বিতীয় হোৱাৰ বিপৰীতে জাপানীজ য়েন তালিকাৰ তৃতীয় স্থানত আছে।[2] আমেৰিকান ডলাৰ, ইউৰো আৰু পাউণ্ড ষ্টাৰলিঙৰ লগতে য়েনো এক বহুলভাৱে গ্ৰহণীয় সঞ্চয় বা আৰক্ষিত মুদ্ৰা।
ক্ষিপ্ৰ তথ্য জাপানীজ য়েন, ISO 4217 ক’ড ...
জাপানীজ য়েন | |||||
---|---|---|---|---|---|
| |||||
ISO 4217 ক’ড | JPY | ||||
কেন্দ্ৰীয় বেঙ্ক | বেংক অফ জাপান | ||||
ৱেবছাইট | [http://www | ||||
ব্যৱহাৰকাৰী | জাপান জিম্বাৱৱে[1] | ||||
মুদ্ৰাস্ফীতি | ০.১% | ||||
উৎস | The World Factbook | ||||
উপ একক | |||||
১/১০০ | চেন | ||||
১/১০০০ | ৰিন | ||||
চিহ্ন | ¥ (আন্তঃৰাষ্ট্ৰীয়) 円 (জাপান—বৰ্তমান প্ৰচলিত) 圓 (জাপান—পৰম্পৰাগত) | ||||
ধাতব মুদ্ৰা | ১ য়েন, ৫ য়েন, ১০ য়েন, ৫০ য়েন, ১০০ য়েন, ৫০০ য়েন | ||||
জাপানীজ য়েনৰ বেংকনোট | ১০০০ য়েন, ২০০০ য়েন, ৫০০০ য়েন, ১০,০০০ য়েন | ||||
মুদ্ৰক | নেশ্যনেল প্ৰিণ্টিং ব্যুৰ’ | ||||
ৱেবছাইট | [http://www | ||||
টকাশাল | জাপান মিণ্ট | ||||
ৱেবছাইট | [http://www |
বন্ধ কৰক