ওদালগুৰি জিলা
ভাৰতৰ অসম ৰাজ্যৰ এখন জিলা / From Wikipedia, the free encyclopedia
ওদালগুৰি জিলা (বড়ো: उदालगुड़ी जिला) ভাৰতৰ অংগৰাজ্য অসমৰ ৩৫ খন জিলাৰ ভিতৰত এখন। ওদালগুৰি জিলা বড়োলেণ্ড স্বায়ত্ত্বশাসিত পৰিষদৰ অন্তৰ্গত। ওদালগুৰি নগৰ জিলাখনৰ সদৰ ঠাই।
ক্ষিপ্ৰ তথ্য ওদালগুৰি জিলা, দেশ ...
ওদালগুৰি জিলা | |
---|---|
— অসমৰ জিলা — | |
অসমত ওদালগুৰিৰ অৱস্থান | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
প্ৰশাসনিক বিভাগ | বড়োলেণ্ড স্বায়ত্ত্বশাসিত পৰিষদ |
সদৰ | ওদালগুৰি |
মহকুমা | ভেৰগাঁও, ওদালগুৰি |
চৰকাৰ | |
- লোকসভা সমষ্টি | মঙ্গলদৈ |
- বিধানসভা সমষ্টি | পানেৰী (৬৪), ওদালগুৰি (৬৯), মাজবাট (৭০) |
মাটিকালি | |
- মুঠ | ১,৮৫২.১৬ কি.মি.২ (৭১৫.১ বৰ্গ মাইল) |
জনসংখ্যা (২০১১)[1] | |
- মুঠ | ৮,৩২,৭৬৯ জন |
- জনঘনত্ব | ৪৪৯.৬ প্ৰতি বৰ্গ কি.মি. (১,১৬৪.৫ প্ৰতি বৰ্গ মাইল) |
জনসংখ্যাৰ তথ্য | |
- সাক্ষৰতা হাৰ | ৬৬.৬% |
- লিংগ অনুপাত | ৯৬৫.৮ |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
স্থানাঙ্ক | 26°44′43″N 92°5′43″E |
গড় বাৰ্ষিক বৰ্ষাপাত | ২০০০ মিমি |
ৱেবছাইট | আনুষ্ঠানিক ৱেবছাইট |
বন্ধ কৰক