এণ্টনিও গুটেৰেছ
From Wikipedia, the free encyclopedia
এণ্টনিও মেনুৱেল ডে অলিভেইৰা গুটেৰেছ(/ɡʊˈtɛrəs/; Portuguese: [ɐ̃ˈtɔnju ɡuˈtɛʁɨʃ]; জন্ম ৩০ এপ্ৰিল ১৯৪৯) এগৰাকী পৰ্তুগীজ কূটনীতিবিদ আৰু ৰাজনীতিজ্ঞ। তেওঁ বৰ্তমান ৰাষ্ট্ৰসংঘৰ নৱম সচিব প্ৰধান। ইয়াৰ আগতে তেওঁ ২০০৫ চনৰ পৰা ২০১৫ চনলৈ শৰণাৰ্থী সকলৰ বাবে ৰাষ্ট্ৰসংঘৰ দশম উচ্চায়ুক্ত আছিল।[1]
ক্ষিপ্ৰ তথ্য হিছ এক্সেলেন্সীএণ্টনিও গুটেৰেছ অৰ্ডাৰ অফ খ্ৰীষ্টঅৰ্ডাৰ অফ লিবাৰ্টী, 9th ৰাষ্ট্ৰসংঘৰ নৱম সচিবপ্ৰধান ...
হিছ এক্সেলেন্সী এণ্টনিও গুটেৰেছ অৰ্ডাৰ অফ খ্ৰীষ্ট অৰ্ডাৰ অফ লিবাৰ্টী | |
---|---|
9th ৰাষ্ট্ৰসংঘৰ নৱম সচিবপ্ৰধান | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ১ জানুৱাৰী ২০১৭ | |
সহকাৰী | আমিনা মহম্মদ |
পূৰ্বসূৰী | বান কি মুন |
শৰণাৰ্থী সকলৰ বাবে ৰাষ্ট্ৰসংঘৰ দশম উচ্চায়ুক্ত | |
কাৰ্যকাল ১৫ জুন ২০০৫ – ৩১ ডিচেম্বৰ ২০১৫ | |
Secretary-General | কফি আন্নান বান কি মুন |
পূৰ্বসূৰী | ৰুড লুব্বেৰছ |
উত্তৰসূৰী | ফিলিপ্পো গ্ৰান্দী |
পৰ্টুগালৰ ১১৪তম প্ৰধানমন্ত্ৰী | |
কাৰ্যকাল ২৮ অক্টোবৰ ১৯৯৫ – ৬ এপ্ৰিল ২০০২ | |
ৰাষ্ট্ৰপতি | মাৰিঅ' চৱাৰেছ জৰ্জ চম্পাইও |
পূৰ্বসূৰী | অনিবাল চাভাক' ছিলভা |
উত্তৰসূৰী | জছ মেনুৱেল বাৰৰছ' |
ছচিয়েলিষ্ট ইণ্টাৰনেছনেলৰ অধ্যক্ষ | |
কাৰ্যকাল ১০ নৱেম্বৰ ১৯৯৯ – ১৫ জুন ২০০৫ | |
পূৰ্বসূৰী | পিয়েৰ মাওৰয় |
উত্তৰসূৰী | জৰ্জ পাপানড্ৰেয়ো |
ছচিয়েলিষ্ট পাৰ্টিৰ সচিব প্ৰধান | |
কাৰ্যকাল ২৩ ফেব্ৰুৱাৰী ১৯৯২ – ২১ জানুৱাৰী ২০০২ | |
ৰাষ্ট্ৰপতি | এণ্টনিও ডে আলমেইদা চান্তছ |
পূৰ্বসূৰী | জৰ্জ চম্পাইও |
উত্তৰসূৰী | ইকোৱাৰ্ড' ফেৰ' ৰড্ৰীগুছ |
বিৰোধী দলপতি | |
কাৰ্যকাল ২৩ ফেব্ৰুৱাৰী ১৯৯২ – ২৮ অক্টোবৰ ১৯৯৫ | |
প্ৰধানমন্ত্ৰী | অনিবাল চাভাক' ছিলভা |
পূৰ্বসূৰী | জৰ্জ চম্পাইও |
উত্তৰসূৰী | ফাৰ্ণাণ্ড নগুইৰা |
ব্যক্তিগত তথ্য | |
জন্ম | এণ্টনিও মেনুৱেল ডে অলিভেইৰা গুটেৰেছ ৩০ এপ্ৰিল, ১৯৪৯ (৭৫ বছৰ) লিছবন, পৰ্টুগাল |
ৰাষ্ট্ৰীয়তা | পৰ্তুগীজ |
ৰাজনৈতিক দল | ছচিয়েলিষ্ট পাৰ্টি |
দাম্পত্যসঙ্গী | লুইছা গুইমাৰেছ এ মেল' (বি. ১৯৭২; মৃ. ১৯৯৮) কাটাৰীনা ভাজ পিন্ত' (বি. ২০০১) |
সন্তান | ২ |
শিক্ষানুষ্ঠান | ইনষ্টিটিউট' চুপেৰিয়ৰ টেকনিক' |
স্বাক্ষৰ | |
ৱেবছাইট | এণ্টনিও গুটেৰেছ |
বন্ধ কৰক
তেওঁ ১৯৯৫ চনৰ পৰা ২০০২ চনলৈ পৰ্টুগালৰ প্ৰধানমন্ত্ৰী আছিল। লগতে ১৯৯২ চনৰ পৰা ২০০২ চনলৈ তেওঁ পৰ্টুগালৰ ছচিয়েলিষ্ট পাৰ্টিৰ সচিব প্ৰধান আছিল। তেওঁ ১৯৯৯ চনৰ পৰা ২০০৫ চনলৈ ছচিয়েলিষ্ট ইণ্টাৰনেছনেলৰ অধ্যক্ষ হিচাপেও কাৰ্য নিৰ্বাহ কৰিছিল।
২০১২ আৰু ২০১৪ চনৰ ৰাজহুৱা ভোটত তেওঁক পৰ্তুগীজ নাগৰিক সকলে পূৰ্বৱৰ্তী ৩০ বছৰৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ প্ৰধানমন্ত্ৰী হিচাপে চয়ন কৰিছিল।[2][3]