উৰাজাহাজ
From Wikipedia, the free encyclopedia
উৰাজাহাজ (ইংৰাজী: aeroplane বা airplane) হ'ল আকাশীপথেৰে যাত্ৰী কঢ়িয়াই নিব পৰা বাহন। ১৯০৩ চনৰ ১৭ ডিচেম্বৰ দিনা আমেৰিকাৰ অৰভিল আৰু উইলবাৰ ৰাইট নামৰ দুজন ভাতৃয়ে কিটিহক নামৰ ঠাইত প্ৰথম বাৰৰ বাবে এখন উৰা যান আকাশত নিয়ন্ত্ৰিতভাৱে উৰাইছিল৷[1][2] এই সফলতাৰ পাছতেই প্ৰথম বিশ্বযুদ্ধত ইয়াৰ অলপ ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ প্ৰযুক্তিৰ দ্ৰুত বিকাশ ঘটে। দ্বিতীয় বিশ্বযুদ্ধত ইয়াৰ প্ৰয়োগ ব্যাপক হাৰত হৈছিল।
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |