আমেৰিকা (মহাদেশ)
মহাদেশ / From Wikipedia, the free encyclopedia
আমেৰিকা মহাদেশ, উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশক লৈ গঠিত এক সুবৃহৎ অঞ্চল। ইয়াৰ এফালে প্ৰশান্ত মহাসাগৰ আৰু অন্যফালে আটলাণ্টিক মহাসাগৰ অৱস্থিত। এই অঞ্চলৰ সময় অঞ্চল UTC-10 ৰ পৰা UTC লৈ।
ক্ষিপ্ৰ তথ্য মাটিকালি, জনসংখ্যা ...
মাটিকালি | 42,549,000 km2 |
---|---|
জনসংখ্যা | 910,720,588 (July 2008 est.) |
জনঘনত্ব | 21/km2 (55/sq mi) |
বাসিন্দা | আমেৰিকান |
দেশসমূহ | 35 |
অধীনস্থ অঞ্চলসমূহ | 23 List of sovereign states and dependent territories in the Americas |
ভাষাসমূহ | স্পেনিছ, ইংৰাজী, পৰ্টুগীছ, ফৰাছী, কেচুয়া, হাইতীয় ক্ৰেওল, গৌৰানি, আইমাৰা, ওলন্দাজ আৰু অন্যান্য |
সময় অঞ্চলসমূহ | UTC-10 ৰ পৰা UTC লৈ |
বন্ধ কৰক