হালধীয়া ঠেঙৰ হাইঠা
From Wikipedia, the free encyclopedia
হালধীয়া ঠেঙৰ হাইঠা (ইংৰাজী: Yellow-footed Green Pigeon, বৈজ্ঞানিক নাম- Treron phoenicoptera) ভাৰত উপমহাদেশত পোৱা হাইঠা চৰাইৰ এটা প্ৰজাতি৷ তাৰোপৰি ই ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ ৰাজ্যিক চৰাই হিচাপেও স্বীকৃত৷ ই সাধাৰণতে জাক পাতি বাস কৰে৷
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
ক্ষিপ্ৰ তথ্য হালধীয়া ঠেঙৰ হাইঠা (Yellow-footed Green Pigeon), সংৰক্ষণ স্থিতি ...
হালধীয়া ঠেঙৰ হাইঠা (Yellow-footed Green Pigeon) | |
---|---|
অসমৰ কাজিৰঙাত হালধীয়া ঠেঙৰ হাইঠা | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Columbiformes |
পৰিয়াল: | Columbidae |
গণ: | Treron |
প্ৰজাতি: | T. phoenicoptera |
বৈজ্ঞানিক নাম | |
Treron phoenicoptera (Latham, 1790) |
বন্ধ কৰক