সত্যেন্দ্ৰনাথ বসু
ভাৰতীয় বিজ্ঞানী / From Wikipedia, the free encyclopedia
সত্যেন্দ্ৰনাথ বসু (ইংৰাজী: Satyendra Nath Bose; ১ জানুৱাৰী, ১৮৯৪ - ৪ ফেব্ৰুৱাৰী, ১৯৭৪) আছিল এগৰাকী তাত্ত্বিক পদাৰ্থ বিজ্ঞানত বিশেষত্ব থকা ভাৰতীয় গণিতজ্ঞ তথা পদাৰ্থ বিজ্ঞানী। ১৯২০-ৰ দশকত কোৱাণ্টাম বলবিজ্ঞানৰ ওপৰত কৰা কাম, বসু-আইনষ্টাইন পৰিসংখ্যাৰ ভিত্তি আৰু বসু-আইনষ্টাইন ঘনীভৱন তত্ত্ব বিকাশত এলবাৰ্ট আইনষ্টাইনৰ সৈতে সহযোগৰ বাবে তেওঁক জনা যায়। তেওঁ ৰয়েল ছ'ছাইটি এগৰাকী ফেল' আছিল। তেওঁক ভাৰত চৰকাৰে ১৯৫৪ চনত ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্মবিভূষণ প্ৰদান কৰে।[1][2][3]
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
ক্ষিপ্ৰ তথ্য সত্যেন্দ্ৰনাথ বসু, জন্ম ...
সত্যেন্দ্ৰনাথ বসু | |
---|---|
সত্যেন্দ্ৰনাথ বসু | |
জন্ম | ১ জানুৱাৰী, ১৮৯৪ কলকাতা |
মৃত্যু | ৪ ফেব্ৰুৱাৰী, ১৯৭৪ (৮০ বছৰ) |
ৰাষ্ট্ৰীয়তা | ব্ৰিটিছ ভাৰতীয় (১৮৯৪-১৯৪৭) ভাৰতীয় (১৯৪৭-১৯৭৪) |
শিক্ষানুষ্ঠান | প্ৰেচিডেন্সি কলেজ |
জনা যায় | বসু-আইনষ্টাইন পৰিসংখ্যা |
বন্ধ কৰক