পদ্মবিভূষণ
From Wikipedia, the free encyclopedia
পদ্মবিভূষণ (ইংৰাজী: Padma Vibhushan, হিন্দী: पद्म विभूषण) ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সম্মান। পদ্মবিভূষণ প্ৰাপকে ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা এটা পদক আৰু এখন মানপত্ৰ প্ৰদান কৰে। পদ্মবিভূষণ পদ্ম সন্মানসমূহৰ ভিতৰত এই সন্মান শীৰ্ষ স্থানীয়। ১৯৫৪ চনৰ ২ জানুৱাৰীত এই সম্মান প্ৰবৰ্তিত হয়। মৰ্যাদাক্ৰম অনুসৰি, পদ্মবিভূষণ সন্মানৰ স্থান ভাৰতৰত্নৰ পাছত আৰু পদ্মভূষণৰ আগত। চৰকাৰী সেৱা সহ যিকোনো ক্ষেত্ৰত জাতিৰ প্ৰতি বিশেষ আৰু ব্যতিক্ৰমী অবদানেৰ স্বীকৃতিস্বৰূপে এই সম্মান প্ৰদান কৰা হয়। সতেন্দ্ৰ নাথ বসু, নন্দ লাল বসু, জাকিৰ হুচেইন, বলচাহেব গংগাধৰ খেৰ, জিগমে দৰ্জি ৱাঙচুক, ভি. কে. কৃষ্ণ মেনন - এই সকল ব্যক্তিয়ে ১৯৫৪ চনত প্ৰথমবাৰৰ বাবে পদ্মবিভূষণ সন্মান লাভ কৰে।
ক্ষিপ্ৰ তথ্য বঁটাৰ তথ্য, প্ৰকাৰ ...
পদ্মবিভূষণ | ||
বঁটাৰ তথ্য | ||
---|---|---|
প্ৰকাৰ | অসামৰিক | |
শ্ৰেণী | জাতীয় | |
প্ৰথমবাৰ প্ৰদান | ১৯৫৪ | |
অন্তিমবাৰ প্ৰদান | ২০২৩ | |
মুঠ প্ৰদানৰ সংখ্যা | ৩২৫ | |
প্ৰদানকৰ্তা | ভাৰত চৰকাৰ | |
পূৰ্বৰ নাম | প্ৰথম বৰ্গ | |
প্ৰথম প্ৰাপক | সতেন্দ্ৰ নাথ বসু, নন্দ লাল বসু, জাকিৰ হুচেইন, বলচাহেব গংগাধৰ খেৰ, জিগমে দৰ্জি ৱাঙচুক, ভি. কে. কৃষ্ণ মেনন | |
বঁটাৰ মৰ্যদা | ||
ভাৰতৰত্ন ← পদ্মবিভূষণ → পদ্মভূষণ |
বন্ধ কৰক