মেঠোন
From Wikipedia, the free encyclopedia
মেঠোন (ইংৰাজী: Gaur, Indian bison, বৈজ্ঞানিক নাম-Bos gaurus) দক্ষিণ-পূব এছিয়াৰ এবিধ বৃহৎ আকাৰৰ স্থানীয় প্ৰজাতি৷ এই প্ৰজাতিবিধ আই ইউ চি এন ৰঙা তালিকাত অসুৰক্ষিত হিচাপে স্বীকৃতি দিয়া হৈছে৷[1]৷ মেঠোনৰ দেহৰ উচ্চতা বনৰীয়া Cattle সমূহৰ ভিতৰত সৰ্বাধিক৷[2]
ক্ষিপ্ৰ তথ্য মেঠোন (Gaur), সংৰক্ষণ স্থিতি ...
মেঠোন (Gaur) | |
---|---|
Bos gaurus | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Mammalia |
বৰ্গ: | Artiodactyla |
পৰিয়াল: | Bovidae |
উপপৰিয়াল: | Bovinae |
গণ: | Bos |
প্ৰজাতি: | B. gaurus |
বৈজ্ঞানিক নাম | |
Bos gaurus Smith, 1827 | |
সমাৰ্থক | |
Bos gour Hardwicke, 1827 |
বন্ধ কৰক